• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো

অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো

2 years ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

3 minutes ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

31 minutes ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

1 hour ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

2 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

2 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

3 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

3 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

4 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

6 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

7 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

7 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো

editor by editor
November 29, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো

বৃহস্পতিবাৰে নিশা মধ্যপ্ৰদেশৰ খাণ্ডৱাৰ ঘন্টাঘৰ চকত অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থকাৰ সময়তে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয় ৷ অগ্নিশিখাৰ পৰা তেল ছিটিকি পৰাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এই দুৰ্ঘটনাত ৫০ জনতকৈ অধিক লোক অগ্নিদ্বগ্ধ, ইয়াৰে ১২ জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান আহতসকলক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱৈ হৈছে।

সামাজিক মাধ্যমত সেই ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই অগ্নিকাণ্ডৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ভিডিঅ’টোত দেখা গৈছে যে অগ্নিকাণ্ডৰ ফলত মানুহে যিফালে পাৰিছে কেৱল দৌৰিছে, এক হাহাকাৰময় পৰিস্থিতি হয় ঘটনাস্থলীত।

https://x.com/NDTVMPCG/status/1862309515280175607

এই ঘটনাত আহত লোকসকলক জিলা চিকিৎসালয়লৈ নিয়া হয়। তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াই জিলা চিকিৎসালয়ত উপস্থিত হয়।

খাণ্ডৱাৰ আৰক্ষী অধীক্ষক মনোজ ৰায়ে কয় যে নিশাৰ সময়ত খাণ্ডাৱাৰ জিলাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। সকোল ঠিকমতেই সমাপন হোৱাৰ দিশে আগবাঢ়িছিল। কিন্তু কাৰ্যসূচী শেষ হোৱাৰ সময়তে অগ্নিশিখা স্থাপন কৰাৰ সময়তে তাৰ পৰা কিছু তেল চিটিকি পৰে। যাৰ ফলত অন্য সকলৰ গালৈ লেলিহান জুইয়ে আগুৰি ধৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire Torch CaseKhandwarmadhya pradeshTorch Fire CaseViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
Next Post
২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

ডিচেম্বৰত গ্ৰহৰ ৰাশি আৰু গতি সলনিয়ে অশুভ প্ৰভাৱ পেলাব ৪ ৰাশি ওপৰত, সলনি হৈ পৰিব ভাগ্যৰ খেল

ডিচেম্বৰত গ্ৰহৰ ৰাশি আৰু গতি সলনিয়ে অশুভ প্ৰভাৱ পেলাব ৪ ৰাশি ওপৰত, সলনি হৈ পৰিব ভাগ্যৰ খেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.