• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাপ খণ্ডনৰ নিমিত্তে শৌচাগাৰ চাফা কৰি শ্ৰম দান কৰিছিলহে, হঠাতে ভয়ংকৰ আক্ৰমণ

পাপ খণ্ডনৰ নিমিত্তে শৌচাগাৰ চাফা কৰি শ্ৰম দান কৰিছিলহে, হঠাতে ভয়ংকৰ আক্ৰমণ

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

13 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

14 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

14 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

15 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

15 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

16 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

17 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

18 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

18 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

19 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

20 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাপ খণ্ডনৰ নিমিত্তে শৌচাগাৰ চাফা কৰি শ্ৰম দান কৰিছিলহে, হঠাতে ভয়ংকৰ আক্ৰমণ

editor by editor
December 4, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পাপ খণ্ডনৰ নিমিত্তে শৌচাগাৰ চাফা কৰি শ্ৰম দান কৰিছিলহে, হঠাতে ভয়ংকৰ আক্ৰমণ
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাপ খণ্ডনৰ নিমিত্তে শৌচাগাৰ চাফা কৰি শ্ৰম দান কৰিছিলহে, হঠাতে ভয়ংকৰ আক্ৰমণ

পূৰ্বে নোহোৱা ঘটনা, বিখ্যাত স্বৰ্ণ মন্দিৰত গুলিচালনাৰ ঘটনা। গুৰুদ্বাৰাটোৰ পৰিসৰতে সংঘটিত হয় এই ঘটনা। তাকো পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলী। খালছাৰ সদস্য নাৰায়ণ সিং চৌৰা নামৰ এজনে আক্ৰমণ কৰে সুখবীৰ সিং বাদলক।

উল্লেখ্য যে, ধৰ্মীয় শাস্তিৰ অংশ হিচাপে ২ ডিচেম্বৰত দলৰ মুৰব্বী সুখবীৰ সিং বাদলকে ধৰি শিৰোমণি আকালি দলৰ নেতাসকলে ‘সেৱা’ তথা শ্ৰম দান কৰিছিল পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত। গুৰুদ্বাৰাটোৰ শৌচাগাৰ চাফা কৰাৰ লগতে বাচন-বৰ্তনো চাফা কৰি শ্ৰম দান কৰি ধৰ্মীয় শাস্তি লৈছিল দলটোৰ নেতা সকলে।

এই সেৱা কৰি উঠিয়ে গুৰুদ্বাৰাৰ বাহিৰত ৰৈছিল সুখবীৰ সিং বাদল। তেতিয়াই নেতাগৰাকীৰ ওপৰত আক্ৰমণ কৰে । এই গুলীচালনাত সুখবীৰ সিং বাদলে কোনোমতে ৰক্ষা পৰে। নিৰাপত্তাৰক্ষীয়ে সজাগতা দেখুৱাই কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ঘটনা সন্দৰ্ভত এডিচিপি হৰপাল সিঙে কয় যে ইয়াত নিৰাপত্তাৰক্ষীৰ সবল ব্যৱস্থা আছে। পুৱা সাত বজাতেই সকলো সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়। এডিচিপিয়ে লগতে ইয়াকো কয় য়ে, আক্ৰমণকাৰী নাৰায়ণ সিং চৌৰা কালিও স্বৰ্ণমন্দিৰলৈ আহিছিল।

প্ৰাণিধানযোগ্য যে, পাঞ্জাৱৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলে ধৰ্মীয় শাস্তি হিচাপে শ্ৰী অকল তখত চাহাবে ঘোষণা কৰা শাস্তিৰ সন্মুখীন হ’বলৈ স্বৰ্ণ মন্দিৰত উপস্থিত হৈছিল। আনকি মঙলবাৰেও পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্বৰ্ণ মন্দিৰত সেৱা আগবঢ়াইছিল।

তেওঁৰ উপৰি প্ৰাক্তন মন্ত্ৰী বিক্ৰম সিং মজিঠিয়া আৰু সুখদেৱ সিং ধীন্দসাও লেতেৰা বাচন-বৰ্তন চাফা কৰে। আনহাতে দলৰ নেতা ড° দলজিৎ সিং চিমা, সুৰজিৎ সিং ৰাখৰা, প্ৰেম সিং চন্দুমাজৰা, মহেশ ইন্দৰ গ্ৰেৱালে শৌচাগাৰ চাফা কৰে। সুখবীৰ সিং বাদলক শৌচাগাৰ চাফা কৰাৰ শাস্তিও দিয়া হৈছিল যদিও ভৰি ভঙা বাবে তেওঁক সেই শাস্তিৰ পৰা ৰেহাই দিয়া হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akali dalFiring CaseGolden Temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…

আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান...

কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.