• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী

দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী

1 year ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

12 minutes ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

40 minutes ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

1 hour ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

1 hour ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

12 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

12 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

13 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

13 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

14 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

15 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

15 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী

দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী

editor by editor
December 12, 2024
in জীৱনশৈলী
0
দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৫ ডিচেম্বৰ ২০২৪ দেওবাৰে পালিত হ’ব এই বছৰৰ শেষ পূৰ্ণিমা৷ আঘোণ মাহৰ পূৰ্ণিমা তিথি হিন্দু ধৰ্ম অনুসৰি বিশেষ মাহাত্ম্যপূৰ্ণ৷ আঘোণৰ পূৰ্ণিমাৰ পাছৰ দিনাৰ পৰা আৰম্ভ হ’ব পুহ মাহ৷ বছৰৰ এই শেষ পূৰ্ণিমা বিশেষ সৌভাগ্যপূৰ্ণ হ’হ এই ৪ৰাশিৰ জাতকৰ বাবে৷ জ্যোতিষ গণনা অনুসৰি আঘোণৰ পূৰ্ণিমা তিথিত স্বয়ং মা লক্ষ্মীৰ আশীৰ্বাদ পাব এই ৪ৰাশিৰ জাতকে৷ জানি থওক আঘোণৰ পূৰ্ণিমাত মা লক্ষ্মীৰ আহিব কোন কোন ৰাশিৰ ঘৰলৈ?

মিথুন ৰাশি

বছৰৰ শেষ পূৰ্ণিমা বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ৰ পৰা আপোনাৰ ভাল দিন আৰম্ভ হ’ব৷ মা লক্ষ্মীৰ আশীৰ্বাদত আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ এই দিনটোত আপুনি লক্ষ্মী নাৰায়ণৰ পূজা আৰু দৰিদ্ৰক অৰ্থ আৰু খাদ্য দান কৰক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে আঘোণৰ পূৰ্ণিমা বিশেষ হ’ব৷ এই দিনটোতেই উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰিব৷ স্বাস্থ্য ভালে থাকিব৷ যিসকলে ব্যৱসায় কৰি আছ তেওঁলোকে ভাল উন্নতি কৰিব পাৰিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা এই সময়চ মোটা টকা লাভ কৰিব পাৰিব৷ অফিচত পদোন্নতি আৰু বেতন বৃদ্ধি হ’ব পাৰে৷ মা লক্ষ্মীৰ কৃপাত আৰ্থিক সংকটৰ পৰা মুক্তি পাব কৰ্কট ৰাশিৰ জাতকে৷

কন্যা ৰাশি

বছৰৰ শেষ পূৰ্ণিমা অত্যন্ত শুভ হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে৷ এই সময়ৰ পৰাই লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ জীৱনলৈ দুৰ্দান্ত কিছু পৰিবৰ্তন আহিবলৈ আৰম্ভ হ’ব৷ হঠাৎ মোটা টকা লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ পাবলগীয়া ধন লাভ কৰিব৷

ধনু ৰাশি

আঘোণৰ পূৰ্ণিমা তিথিত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি পুৰণি ঋণৰ পৰা মুক্তি পাব৷ পূৰ্বে কাৰোবাক ধন ধাৰলৈ দিয়া থাকিলে এই সময়ত উভতাই পাব৷ ধনু ৰাশিৰ জাতকৰ জীৱনত পজিটিভ এনাৰ্জি থাকিব৷ জীৱনত সুখ শান্তি অটুত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
জীৱনশৈলী

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

April 17, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

April 17, 2026
Next Post
ভয়ংকৰ শক্তি বাঢ়িছে সূৰ্যৰ! গ্ৰহৰ ৰজাৰ স্থান পৰিবৰ্তনত ত্ৰিভূৱন কঁপাব ৩ৰাশিৰ জাতকে, খুলিব ভাগ্যৰ দুৱাৰ

ভয়ংকৰ শক্তি বাঢ়িছে সূৰ্যৰ! গ্ৰহৰ ৰজাৰ স্থান পৰিবৰ্তনত ত্ৰিভূৱন কঁপাব ৩ৰাশিৰ জাতকে, খুলিব ভাগ্যৰ দুৱাৰ

বিবাহবিচ্ছেদৰ পাছত পত্নীগৰাকীয়ে ভৰণ-পোষণৰ বাবে স্বামীৰ পৰা কি পাব? এই ৮ বিষয় পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ হ’ব ভৰণ-পোষণৰ অৰ্থ

বিবাহবিচ্ছেদৰ পাছত পত্নীগৰাকীয়ে ভৰণ-পোষণৰ বাবে স্বামীৰ পৰা কি পাব? এই ৮ বিষয় পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ হ’ব ভৰণ-পোষণৰ অৰ্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.