• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

2 years ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

10 minutes ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

32 minutes ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

1 hour ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

2 hours ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

2 hours ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

3 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

3 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

4 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

6 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

13 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

14 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

editor by editor
December 19, 2024
in জীৱনশৈলী, ভাৰত
0
ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ শেষত সুখবৰ৷ মাতৃ হ’ল হিন্দি চিৰিয়েলৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য৷ তেওঁক গোপী বহু বুলিয়েই বেছিসংখ্যকে জানে৷ কেইবছৰ মান পূৰ্বে তেওঁ শৰীৰ চৰ্চাবিদ শ্বেহনাৱাজ শ্বেখক বিয়া কৰাইছে৷ বিবাহৰ দুবছৰৰ পাছতেই সুখবৰ দিছে অভিনেত্ৰী দেৱলীনাই৷ নায়িকাৰ লৰা নে কন্যা সন্তান জন্ম হ’ল সেই কথাও তেওঁ ইনষ্টাগ্ৰামযোগে জনাইছে৷ ১৯ ডিচেম্বৰ বৃহস্পতিবাৰে এই সুখবৰ জনাইছে নায়িকাই৷

ইনষ্টাগ্ৰামত দেৱলীনাই লিখিছে, ‘সকলোৰে সৈতে সুখেৰে এই খবৰ ভগাই লৈ খুব ভাল লাগিছে৷ ১৮ ডিচেম্বৰত আমাৰ এটি পুত্ৰসন্তান হৈছে৷’ এখন ডিজিটেল কাৰ্ডত পোষ্ট কৰিছে তেওঁ৷ তাতেই আছে বেবি কটৰ ছবি৷ যি ছবিত দেখা গৈছে তিনিখন হাত৷ কেপশ্ব্যনত তেওঁ লিখিছে, ‘আমাৰ সৰু বেবি বয় এঞ্জেলে এই বিশ্বক হেল্ল কৈছে…!’ নায়িকাৰ পোষ্টত দেখা গৈছে বহু শুভেচ্ছাবাৰ্তা৷

উল্লেখ্য যে জিম ট্ৰেইনাৰক বিয়া কৰাই বহু বিতৰ্কও হৈছিল তেওঁৰ৷ মুছলমান ট্ৰেইনাৰক বিয়া কৰাক লৈ বিস্তৰ কটাক্ষ শুনা পাইছিল তেওঁ৷ তেওঁলোকৰ বিবাহক লাভ জেহাদ বুলিও বহুতে কৈছিল৷ অৱশ্যে কোনো কথাতেই গুৰুত্ব দিয়া নাছিল অভিনেত্ৰীগৰাকীয়ে৷ চলিত বছৰৰ ১৫ আগষ্টত সন্তান আহিব বুলি সুখবৰ দিছিল তেওঁ৷ ছাহনাৱাজৰ সৈতে বিয়া কৰালেও ধৰ্ম পৰিবৰ্তন কৰা নাই দেৱলীনাই৷ আনকি তেওঁৰ ঘৰত হিন্দু ৰীতি মানি পঞ্চামৃত অনুষ্ঠানো পতা হৈছিল৷ সেই ছবি দিয়েই সন্তান অহাৰ সুখবৰ সকলোকে দিছিল গোপী খ্যাত দেৱলীনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?
জীৱনশৈলী

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

August 22, 2026
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড
বিনোদন

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

August 22, 2026
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ
অপৰাধ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

August 22, 2026
Next Post
দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.