• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

1 year ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

42 minutes ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

1 hour ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

14 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

14 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

15 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

15 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

15 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

16 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

17 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

18 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

editor by editor
January 5, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

আল্লু অৰ্জুনৰ পুষ্পা২ য়ে বিশ্বজুৰি অভিলেখ ভংগকাৰী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু ২০২৪ চনৰ ৪ ডিচেম্বৰত ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত চিনেমাখনৰ অভিনেতাৰ ওপৰত লাগে চেকা। ৪ ডিচেম্বৰৰ সন্ধিয়া থিয়েটাৰত এক দুৰ্ঘটনা সংঘটিত হয়, য’ত এগৰাকী ৩৫ বছৰীয়া মহিলাৰ মৃত্যু হয়।

পদপিষ্ট হোৱাৰ ফলত মহিলাৰ মৃত্যুৰ ক্ষেত্ৰত পুষ্পা ২ অভিনেতাই জেলত যোৱাৰ লগতে এতিয়া সঘনাই থানা আৰু আদালতত গৈ থাকিবলগীয়া হৈছে। আনকি আজি দেওবাৰেও আদালতৰ পৰা নিয়মীয়া জামিন লাভ কৰাৰ পিছত অভিনেতাগৰাকীয়ে থানাত হাজিৰ হয়।

৩ জানুৱাৰীত হায়দৰাবাদৰ নামপল্লী আদালতে আল্লু অৰ্জুনক ডাঙৰ সকাহ দিছিল। আদালতে কিছুমান চৰ্তত নিয়মীয়া জামিন প্ৰদান কৰিছিল অভিনেতাগৰাকীক। অৱশ্যে একেৰাহে দুমাহৰ বাবে প্ৰতি দেওবাৰে আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেতাগৰাকী।

দেওবাৰে জামিনৰ চৰ্তত আল্লু অৰ্জুন থানাত হাজিৰ হয়। পুষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়ত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ লগতে পুত্ৰ আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে ভুক্তভোগী পৰিয়ালৰ সন্তানক চাবলৈ যোৱাৰ পৰিকল্পনাও বাতিল কৰে, কিয়নো তেওঁ আজি থানাত উপস্থিত হ’বলগীয়া হয়।

অৱশ্যে ই এক আদালতৰ কাৰ্য্যবিধিৰ সৈতে জড়িত আনুষ্ঠানিকতা। আদালতৰ নিৰ্দেশ অনুযায়ী অভিনেতাগৰাকীয়ে প্ৰতি দেওবাৰে দুমাহ বা অভিযোগনামা দাখিল নোহোৱালৈকে থানালৈ গৈ থাকিব লাগিব। প্ৰতি দেওবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত চিক্কাডপল্লী থানাৰ এছ এইচ অ’ৰ সন্মুখত হাজিৰ হ’ব লাগিব আল্লু অৰ্জুন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorAllu ArjunPushpa 2Stamped Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!
জীৱনশৈলী

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

May 17, 2026
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
Next Post
সাৱধান, ভাৰতত প্ৰৱেশ HMPV ভাইৰাছ, ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিল ৰোগ

সাৱধান, ভাৰতত প্ৰৱেশ HMPV ভাইৰাছ, ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিল ৰোগ

COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত

COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.