• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়নছ ট্ৰফী ২০২৫: কিয় পলম হৈছে ভাৰতীয় দলৰ প্লেয়িং ইলেভেন ঘোষণাত

চেম্পিয়নছ ট্ৰফী ২০২৫: কিয় পলম হৈছে ভাৰতীয় দলৰ প্লেয়িং ইলেভেন ঘোষণাত

2 years ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

2 minutes ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

1 hour ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

2 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

3 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

4 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

5 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

13 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

14 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

14 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

15 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেম্পিয়নছ ট্ৰফী ২০২৫: কিয় পলম হৈছে ভাৰতীয় দলৰ প্লেয়িং ইলেভেন ঘোষণাত

editor by editor
January 13, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
চেম্পিয়নছ ট্ৰফী ২০২৫: কিয় পলম হৈছে ভাৰতীয় দলৰ প্লেয়িং ইলেভেন ঘোষণাত
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফী ২০২৫: কিয় পলম হৈছে ভাৰতীয় দলৰ প্লেয়িং ইলেভেন ঘোষণাত

নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াই ইতিমধ্যে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে নিজ নিজ দল ঘোষণা কৰিছে। পাছে আনহাতে এই প্ৰতিযোগিতাৰ বাবে বৰ্তমানলৈকে টিম ইণ্ডিয়াই নিজৰ প্লেয়িং ১১ ঘোষণা কৰা নাই যদিও অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ভাৰতীয় দলৰ দলৰ বাবে।

আনহাতে বিচিচিআইয়ে দল ঘোষণা কৰিবলৈ আইচিচিক আৰু অলপ সময় বিচাৰিছে। কাৰণ, টিম ইণ্ডিয়াৰ ঘোষণাত ইমান পলম হোৱাৰ কাৰণটোও চৰ্চালৈ আহিছে।

পাছে এই দলৰ পৰা আঁতৰত থকাৰ সম্ভাৱনা জশপ্ৰিত বুমৰাহৰ। অষ্ট্ৰেলিয়াৰ সৈতে খেলা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন খেলত আঘাতপ্ৰাপ্ত হৈছিল টিম ইণ্ডিয়াৰ আটাইতকৈ শক্তিশালী বলাৰ বুমৰাহ। ছিডনী টেষ্টৰ দ্বিতীয় ইনিংছতো বুমৰাহে বলিং কৰিব নোৱাৰিলে।

বেক স্পাজমৰ বাবে বুমৰাহে বলিং কৰিব পৰা নাছিল। প্ৰকাশিত তথ্য অনুসৰি মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত বুমৰাহ ফিট হ’ব । অৰ্থাৎ বুমৰাহ চেম্পিয়নছ ট্ৰফীৰ প্ৰাৰম্ভিক মেচত অংশ ল’ব নোৱাৰিব পাৰে।

আনহাতে স্পিন বলাৰ কুলদীপ যাদৱো আঘাতৰ বাবে দলৰ পৰা আঁতৰত আছে। সুস্থ হৈ উঠিলেও অৱশ্যে কুলদীপে এতিয়াও এল চি এৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰা নাই।

কুলদীপ যাদৱে যোৱা বছৰ নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেল খেলিছিল, সেই সময়ত তেওঁ পিঠিত আঘাত পাইছিল আৰু তেতিয়াৰ পৰা তেওঁ টিম ইণ্ডিয়াৰ পৰা আঁতৰি আছে।

এতিয়া নিৰ্বাচকসকলে এই দুজন খেলুৱৈ ফিট হোৱাৰ বাবে অপেক্ষা কৰি আছে। যাৰ বাবে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত টিম ইণ্ডিয়াৰ ঘোষণাত পলম হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophycricketIndian Cricket Teamindian team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
Next Post
শ্ৰদ্ধা কাপুৰৰ গোপন প্ৰেমিক কোন! মোবাইলৰ ৱালপেপাৰত ধৰা পৰিল ফটো

শ্ৰদ্ধা কাপুৰৰ গোপন প্ৰেমিক কোন! মোবাইলৰ ৱালপেপাৰত ধৰা পৰিল ফটো

মংগল গ্ৰহৰ ৰত্ন পৰিধান কৰে নেকি ! ২ ৰাশিৰ বাবে  অতিকে শুভ, ২ ৰাশিৰ বাবে অশুভ

মংগল গ্ৰহৰ ৰত্ন পৰিধান কৰে নেকি ! ২ ৰাশিৰ বাবে  অতিকে শুভ, ২ ৰাশিৰ বাবে অশুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.