• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য

৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য

1 year ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

3 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য

editor by editor
January 21, 2025
in বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য
0
SHARES
519
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য

আজি ২১ জানুৱাৰী তাৰিখে মহাকাশকত হ’বলৈ গৈ আছে এক বিৰল মহাজাগতিক ঘটনা। ৩৯৬ বছৰৰ পাছত আকাশত দেখিবলৈ পাব অদ্ভুত দৃশ্য। এই দুৰ্লভ দৃশ্য আজিৰে পৰা এমাহতকৈয়ো অধিক সময় মহাকাশত দেখা পোৱা যাব।

মুঠ ৬ টাকৈ গ্ৰহই আজিৰে পৰা একেটা স্থানতে অৱস্থান কৰিব। ইয়াৰ পেৰেড অৱ প্লেনেট বুলি কোৱা হয়। পৃথিৱীৰ পৰা সহজে দেখা পোৱা যাব এই পৰিঘটনা।

মংগল, শুক্ৰ, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন গ্ৰহ আজিৰে পৰা একেডাল সৰলৰেখাত অৱস্থান কৰিব। ৮ মাৰ্চলৈকে প্ৰতি নিশা আকাশত দেখা যাব এই সুন্দৰ দৃশ্য। অহা ১৫ ফেব্ৰুৱাৰীৰ পিছত এই একে শাৰীতে যোগ দিব বুধ গ্ৰহও , যাৰ ফলত মুঠ ৭ টা গ্ৰহ এই পেৰেড অৱ প্লেনেটৰ অংশ হৈ পৰিব।

অৱশ্যে খালি চকুৰে এই কেউটা গ্ৰহ দেখা পোৱা নাযাব। ইয়াৰে কেৱল ৪ টা গ্ৰহহে দেখা পোৱা যাব। নেপছুন আৰু ইউৰেনাছ আকাৰত সৰু হোৱা বাবে আৰু পৃথিৱীৰ পৰা অধিক দূৰত থকাৰ বাবে এই দুটা গ্ৰহ চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হব।

নিযা ৮.৩০ বজাৰ পাছৰ পৰা সুৰ্য উদয় হোৱালৈ আকাশত দেখা পাব এই দৃশ্য। অৱশ্যে সকলো ঠাইৰ পৰা এই বিৰল দৃশ্য দেখা নাপাবও পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: & PlanateParade Of Planatespace
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
সিদ্ধিদাতাৰ আশীৰ্বাদত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ, তালিকাত আছেনে আপুনি?

সিদ্ধিদাতাৰ আশীৰ্বাদত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ, তালিকাত আছেনে আপুনি?

বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?

বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.