• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

1 year ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

30 minutes ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

49 minutes ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

1 hour ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

3 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

3 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

4 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

4 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

5 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

5 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

5 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

6 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

editor by editor
January 22, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

ভাৰতীয় ক্ৰিকেটাৰ অৰ্শ্বদীপে ৰচিলে এক নতুন ইতিহাস। য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপ। সৰ্বাধিক উইকেট দখল কৰি অৰ্শ্বদীপে ৰচিলে ইতিহাস।

কলকাতাৰ ইডেন গাৰ্ডেনত আজিৰে পৰা আৰম্ভ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টি-২০ শৃংখলা আৰম্ভ, আজি শৃংখলাৰ প্ৰথমখন মেচ। ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

এই মেচতে ইতিহাস ৰচে অৰ্শদীপ সিঙে। টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে অৰ্শ্বদীপ। পূৰ্বে এই অভিলেখ আছিল যুজবেন্দ্ৰ চাহালৰ নামত।

টি-২০ কেৰিয়াৰত ৯৬টা উইকেট দখল কৰি শীৰ্ষত আছিল স্পিন বলাৰ য়ুজবেন্দ্ৰ চাহাল। এতিয়া য়ুজবেন্দ্ৰক অতিক্ৰম কৰি অৰ্শদীপে ৯৭টা উইকেটৰেৰে টি-২০ত ভাৰতৰ সফল বলাৰ হিচাপে পৰিগণিত হৈছে।

মাত্ৰ ৬১খন মেচতে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে অৰ্শদীপ সিঙে, আনহাতে চাহালে ৯৬টা উইকেট দখল কৰিবলৈ ৮০খন মেচ খেলিবলগীয়া হৈছিল।

এই তালিকাত বৰ্তমানে শীৰ্ষ ৫ৰ ভিতৰত আছে
অৰ্শ্বদীপ- ৬১খন মেচ- ৯৭ উইকেট
য়ুজবেন্দ্ৰ- ৮০ খন মেচ- ৯৬ উইকেট
ভুৱনেশ্বৰ কুমাৰ- ৮৭খন মেচ- ৯০ উইকেট
যশপ্ৰীত বুমৰাহ- ৭০ খন মেচ- ৮৯ উইকেট
হাৰ্দিক পাণ্ডিয়া- ১১০ খন মেচ- ৮৯ টা উইকেট

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arshdeep SingBallercricketCricketerIndian BallerIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ
জীৱনশৈলী

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

April 21, 2026
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

April 21, 2026
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?
জীৱনশৈলী

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

April 21, 2026
Next Post
গতিপথ সলনি বুধৰ, উপকৃত হ’ব ৫ ৰাশিৰ লোক, সূৰ্য্যগ্ৰহৰো দয়া

গতিপথ সলনি বুধৰ, উপকৃত হ'ব ৫ ৰাশিৰ লোক, সূৰ্য্যগ্ৰহৰো দয়া

বিলাসী বাহন এৰি লোকেল টেক্সিত ছলমান খান, পাছে কিয় ?

বিলাসী বাহন এৰি লোকেল টেক্সিত ছলমান খান, পাছে কিয় ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.