• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

2 years ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

16 minutes ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

53 minutes ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

2 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

2 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

3 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

3 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

4 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

5 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

5 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

5 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

7 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

editor by editor
February 8, 2025
in জীৱনশৈলী
0
সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১০ ফেব্ৰুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত মীন ৰাশিত মালব্য ৰাজযোগ গঠিত হ’ব৷ বৰ্তমান মীন ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ এই ৰাশিতে শক্তিশালী অৱস্থানত আছে দৈত্যাচাৰ্য শুক্ৰ৷ শুক্ৰৰ এই শক্তিশালী অৱস্থানৰ ফলত গঠিত হৈছে মালব্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত দুৰ্দান্ত লাভ হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

মেষ ৰাশি

ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বিশেষ সাফল্য আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ সপ্তাহৰ আৰম্ভণিতেই কৰ্মক্ষেত্ৰত ডাঙৰ কোনো সন্মান পাব পাৰে আপুনি৷ আপুনি কৰা কামৰ প্ৰশংসাত সকলো পঞ্চমুখ হ’ব৷ ছিনিয়ৰৰ প্ৰশংসা পাব আপুনি৷ আগন্তুক সপ্তাহত চমকপ্ৰদভাৱে কোনো ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব মেষ ৰাশিৰ জাতকে৷

বৃষ ৰাশি

মালব্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত পিতৃ মাতৃৰ সহায় আৰু আশীৰ্বাদ লাভ কৰিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ ১০ৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ মাজত পাৰ্টনাৰৰ সৈতে খুব ভাল সময় কটোৱাৰ সুযোগ পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব৷

মিথুন ৰাশি

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহটো আনন্দেৰে কটাব মিথুন ৰাশিৰ জাতকে৷ এই সপ্তাহত আপুনি মোটা ধন অৰ্জন কৰিব পাৰে৷ জীৱনত কোনো প্ৰিয় মানুহৰ আগমন ঘটিব পাৰে৷ এই সময়ত পৰিয়ালৰ সৈতে পিকনিক আৰু পাৰ্টি কৰিও সময় কটাব পাৰে আপুনি৷ আৰ্থিকভাৱে আগন্তুক সপ্তাহত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷

সিংহ ৰাশি

যি সাফল্য লাভৰ বাবে আপুনি বহু দিন ধৰি চেষ্টা কৰিছিল আগন্তুক সপ্তাহত মালব্য ৰাজযোগৰ প্ৰভাৱত সেয়া সহজেই লাভ কৰিব৷ সিংহ ৰাশিৰ জাতকৰ দাম্পত্য জীৱন খুব সুন্দৰ হ’ব৷ কৰ্মক্ষেত্ৰত পৰিস্থিতিও আপোনাৰ অনুকূল হ’ব৷ নিজৰ সকলো কাম খুব সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰে আপুনি৷ উপাৰ্জনৰ নতুন পথ খুলি যোৱাত আপোনাৰ মনত আনন্দ থাকিব৷

বৃশ্চিক ৰাশি

সোমবাৰৰ পৰা সুসময় আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ আগন্তুক এসপ্তাহ আপুনি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব৷ কৰ্মক্ষেত্ৰত সকলো সমস্যাৰ পৰা মুক্তি পাব আপুনি৷ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ আপুনি লোৱা যিকোনো ডাঙৰ সিদ্ধান্তত পৰিয়ালক কাষত পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
Next Post
ক্ষমতাত থাকিবলৈ ৰাজনীতিলৈ অহা নাছিলো, বিৰোধী হিচাপেও মানুহৰ সেৱা কৰি যাব আপেঃ অৰবিন্দ কেজৰিৱাল

ক্ষমতাত থাকিবলৈ ৰাজনীতিলৈ অহা নাছিলো, বিৰোধী হিচাপেও মানুহৰ সেৱা কৰি যাব আপেঃ অৰবিন্দ কেজৰিৱাল

বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?

বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.