• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

1 year ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

7 minutes ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

2 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

16 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

17 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

18 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

19 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

21 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

21 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

22 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

22 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

22 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

editor by editor
February 13, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

ইণ্ডিয়াছ গট লেটেণ্ট গোচৰত কমেডিয়ান সময় ৰাইনালৈ দ্বিতীয়বাৰৰ বাবে চমন প্ৰেৰণ কৰিছে মহাৰাষ্ট্ৰ চাইবাৰ চেলে। ষ্টেণ্ড আপ কমেডিয়ানগৰাকীক ১৭ ফেব্ৰুৱাৰীত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ৰাইনাৰ অধিবক্তাই চাইবাৰ চেলটোক ৰাইনা আমেৰিকাত আছে আৰু ১৭ মাৰ্চত ঘূৰি আহিব বুলি জনোৱাৰ পিছতে এই নিৰ্দেশ তদন্তকাৰী বিষয়াৰ।

অৱশ্যে মুম্বাই আৰক্ষীয়ে ৰাইনাৰ দলটোক স্পষ্টকৈ জনাইছিল যে আৰক্ষীৰ তদন্তই ইমান দিন অপেক্ষা কৰিব নোৱাৰে। গতিকে জেৰা আৰম্ভ হোৱাৰ ১৪ দিনৰ ভিতৰত কমেডিয়ানগৰাকীয়ে আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব।

এই গোচৰত এতিয়ালৈকে খাৰ আৰক্ষীয়ে ৭জন লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে। ইয়াৰ ভিতৰত আছে শ্ব’টোত পেনেলিষ্ট হিচাপে উপস্থিত থকা ৰণবীৰ আল্লাহবাদিয়া, আশীষ চাঞ্চলানী আৰু অপূৰ্ব মাখিজাৰ লগতে শ্ব’টো অনুষ্ঠিত হোৱা ষ্টুডিঅ’টোৰ মালিক বলৰাজ ঘাইৰ লগতে শ্ব’টোৰ সৈতে জড়িত তিনিজন কাৰিকৰী ব্যক্তি।

উল্লেখযোগ্য যে মুম্বাই আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰাৰ কোনো সিদ্ধান্ত এতিয়াও লোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে শ্ব’টোৰ সৈতে জড়িত লোকৰ বক্তব্য ৰেকৰ্ড কৰিব আৰু তাৰ পিছত গোচৰ পঞ্জীয়নৰ সিদ্ধান্ত ল’ব।

উল্লেখ্য যে, শেহতীয়াকৈ সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ এটা খণ্ডৰ সময়ত ৰণবীৰ আল্লাহবাদিয়াই এজন প্ৰতিযোগীক এটা অনুপযুক্ত প্ৰশ্ন কৰি ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছিল। ইউটিউবাৰজনক তেওঁৰ অনুপযুক্ত প্ৰশ্নৰ বাবে টুইটাৰত ট্ৰ’ল কৰা হৈছিল আৰু শ্ব’টো এয়াৰৰ পৰা আঁতৰাই নিবলৈ দাবী উত্থাপন হ’বলৈ আৰম্ভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ComedianIndian comedianSamy Raina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা
বিনোদন

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

May 31, 2026
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!
অসম

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

May 31, 2026
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
Next Post
এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

বুধগ্ৰহ আৰু যমৰাজৰ একেলগে অৰ্ধকেন্দ্ৰ যোগ, ৩ ৰাশিৰ সলনি হৈ পৰিব ভাগ্য

বুধগ্ৰহ আৰু যমৰাজৰ একেলগে অৰ্ধকেন্দ্ৰ যোগ, ৩ ৰাশিৰ সলনি হৈ পৰিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.