• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে

কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

58 minutes ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

1 hour ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

2 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

4 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

5 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

6 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

7 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

7 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে

editor by editor
February 19, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে
0
SHARES
36
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে

আজি ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী। কাইলৈ ২০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতে প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে খেলিব । ভাৰত-বাংলাদেশৰ এই খেল ডুবাইত অনুষ্ঠিত হ’ব।

ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনত এক সুন্দৰ আৰম্ভণি কৰিবলৈ প্ৰস্তুতি চলাইছে। একে সময়তে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে এই মেচত ইতিহাস ৰচনা কৰাৰ সুযোগ লাভ কৰিছে।

বাংলাদেশৰ বিৰুদ্ধে বিৰাট কোহলীৰ অভিলেখ উৎকৃষ্ট। বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটত বৰ্তমানলৈ ১৬খন খেল খেলি ৭৫.৮৩ গড়ে ৯১০ ৰান লাভ কৰিছে। এই ৰানত নিহিত আছে পাঁচটা শতক আৰু তিনিটা অৰ্ধশতক।

এনে পৰিস্থিতিত যদি বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে কাইলৈ আৰু ৯০ ৰান কৰে তেন্তে এই দলৰ বিৰুদ্ধে এই ফৰ্মেটত ১০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’ব কোহলী। কোহলীৰ পিছত এই তালিকাত আছে ৰোহিত শৰ্মা। বাংলাদেশৰ বিৰুদ্ধে ১৭খন এদিনীয়া ইনিংছত ৭৮৬ ৰান সংগ্ৰহ কৰিছে হিটমেন ৰোহিত।

অৱশ্যে এয়া ভাৰতৰ ক্ষেত্ৰত হে অভিলেখ হ’ব। বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ অৰ্জন কৰিছে জিম্বাবুৱেৰ প্ৰাক্তন বেটছমেন ব্ৰেণ্ডন টেইলৰে। ৫৬খন মেচত ৫৫খন ইনিংছত ১৫০৮ ৰান সংগ্ৰহ কৰিছিল ব্ৰেণ্ডনে।

এই তালিকাত দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন কিংবদন্তি কুমাৰ ছাংগাকাৰা (১২০৬ ৰান)। তৃতীয় স্থানত জিম্বাবুৱেৰ এল্টন চিগুম্বুৰা আৰু চতুৰ্থ স্থানত আছে হেমিল্টন মাছাকাড্জা (১১৮৯)। পঞ্চম স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন অ’পেনাৰ সনথ জয়সূৰিয়া (১০৩০)।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions Trophycricketindian teamvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
Next Post
‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা

CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ পৰীক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.