• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা

CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা

2 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

21 minutes ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

1 hour ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

2 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

3 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

3 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

3 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

4 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

5 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

6 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

6 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা

editor by editor
February 19, 2025
in বিবিধ, বিশ্ব, শিক্ষা
0
CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬-২০২৭ শিক্ষাবৰ্ষৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে ২৬০খন সংযুক্ত বিদেশী বিদ্যালয়ৰ বাবে বিশ্বব্যাপী পাঠ্যক্ৰম আৰম্ভ হ’ব।

কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত এক বৈঠকত গ্লোবেল পাঠ্যক্ৰম মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৬-২০২৭ চনৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ এই পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে চিবিএছইয়ে ২৬০খন সংযুক্ত বিদেশী বিদ্যালয়ৰ বাবে গ্ল’বেল পাঠ্যক্ৰম আৰম্ভ কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্স যোগে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

এই পোষ্টটোত মন্ত্ৰীগৰাকীয়ে লিখিছে যে ছাত্ৰ-ছাত্ৰীৰ বাবে মানসিক চাপমুক্ত শিক্ষণ পৰিৱেশ গঢ়ি তোলাটো চৰকাৰৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু। পৰীক্ষাৰ উন্নতি আৰু সংস্কাৰ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কথা আগুৱাই লৈ গৈ মন্ত্ৰালয় আৰু চিবিএছইৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিদ্যালয় শিক্ষাৰ সচিব, চিবিএছইৰ অধ্যক্ষই বছৰত দুবাৰকৈ চিবিএছই পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিশদ আলোচনা কৰে। এতিয়া ইয়াৰ খচৰা আঁচনিখন অতি সোনকালে চিবিএছইৰ জনমতৰ বাবে উত্থাপন কৰা হ’ব।

নতুন শিক্ষা নীতি ৰূপায়ণৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে বছৰত দুবাৰকৈ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ব’ৰ্ড পৰীক্ষাৰ মানসিক চাপ কমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক দুটাকৈ সুযোগ দিয়া হ’ব। ইয়াৰ পিছত সৰ্বোত্তম নম্বৰৰ কথা বিবেচনা কৰা হ’ব। একে সময়তে পৰীক্ষাৰ্থীসকলে দুয়োবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নহ’ব। এতিয়া এনে পৰিস্থিতিত এই সন্দৰ্ভত কামবোৰ ব’ৰ্ডে দ্ৰুতগতিত আগুৱাই লৈ গৈছে। বৰ্তমান ব’ৰ্ডৰ দ্বাৰা পৰীক্ষাসমূহ চলি আছে, যিটো মাৰ্চ-এপ্ৰিললৈকে চলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 10th ExamCBSE Boadcbse examCentral Education Board
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়
নিয়োগ

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
Next Post
সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.