• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

2 years ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

39 minutes ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

1 hour ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

2 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

3 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

16 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

16 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

16 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

17 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

17 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

18 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

18 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬ য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

editor by editor
February 21, 2025
in জীৱনশৈলী
0
২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালিত হয় মহাশিৱৰাত্ৰি৷ এইদিনটোত মহাদেৱ আৰু পাৰ্বতী বিবাহ বন্ধনত আৱদ্ধ হৈছিল৷ আগন্তুক ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ শিৱভক্তসকলৰ ওচৰত এই দিনটোৰ বিশেষ মাহাত্ম্য আছে৷ দিনজুৰি নিৰ্জলা উপবাস ৰাখি নিশা জাগি শিৱপূজা কৰে বহু ভক্তই৷ এই দিনটোত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰা হয়৷ মহাশিৱৰাত্ৰিত সকলো বিধি মানি দেবাদিদেৱৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদত সকলো দুঃখ কষ্টৰ পৰা মুক্তি পোৱা যায়৷

মহাশিৱৰাত্ৰিৰ চাৰি প্ৰহৰৰ পূজা

পঞ্জিকা অনুসৰি ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১ বাজি ৮ মিনিটত পৰিব ফাল্গুনী কৃষ্ণা চতুৰ্দশী তিথি৷ চতুৰ্দশী তিথি থাকিব ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৮ মিনিট পৰ্যন্ত৷ মহাশিৱৰাত্ৰিৰ পূজা যিহেতু নিশা হয় সেয়ে ২৬ ফেব্ৰুৱাৰীৰ নিশাও মহাদেৱৰ আৰাধনা চলিব৷

পূজাৰ সময়

২৬ ফেব্ৰুৱাৰীৰ নিশা ১২ বাজি ৯ মিনিটৰ পৰা নিশা ১২ বাজি ৫৯ মিনিট পৰ্যন্ত চলিব নিশিতা কাল৷

প্ৰথম প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰী সন্ধিয়া ৬বাজি ১৯ মিনিটৰ পৰা নিশা ৯বাজি ২৬ মিনিট পৰ্যন্ত৷

দ্বিতীয় প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ২৬ মিনিটৰ পৰা নিশা ১২ বাজি ৩৪ মিনিট পৰ্যন্ত৷

তৃতীয় প্ৰহৰৰ পূজা হ’ব নিশা ১২ বাজি ৩৪ মিনিটৰ পৰা নিশা ৩ বাজি ৪১ মিনিট পৰ্যন্ত৷

চতুৰ্থ প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰীৰ নিশা ৩ বাজি ৪১ মিনিটৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬ বাজি ৪৮ মিনিট পৰ্যন্ত৷

জলাভিষেকৰ শুভ সময়

মহাশিৱৰাত্ৰিত মহাদেৱৰ জলাভিষেক কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই দিনটোত পুৱা ৬ বাজি ৪৭ মিনিটৰ পৰা পুৱা ৯ বাজি ৪২ মিনিটৰ মাজত জলাভিষেক কৰক৷ ইয়াৰ পাছত পুৱা ১১ বাজি ৬ মিনিটৰ পৰা দিনৰ ১২ বাজি ৩৫ মিনিটৰ ভিতৰত শিৱলিংগত আকৌ জলাভিষেক কৰিব পাৰে৷ ইয়াৰপাছতেই জলাভিষেকৰ সময় আছে বিয়লী ৩ বাজি ২৫ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৮ মিনিট পৰ্যন্ত৷ মহাশিৱৰাত্ৰিত শেষ জলাভিষেক কৰিব পাৰিব নিশা ৮ বাজি ৫৪ মিনিটৰ পৰা নিশা ১২ বাজি ১ মিনিট পৰ্যন্ত৷

মহাশিৱৰাত্ৰিৰ পূজাবিধি

চাৰি প্ৰহৰৰ পূজাৰ সময়ত মহাদেৱৰ ৰুদ্ৰাভিষেক আৰু যজ্ঞ হয়৷ এই শুভ দিনত পঞ্চামৃত দি শিৱলিংগৰ অভিষেক কৰক৷ ইয়াৰপাছতেই ৮লোটা জাফৰান মিশ্ৰিত পানী শিৱলিংগত নিবেদন কৰক৷ মহাশিৱৰাত্ৰিত পূজা ঘৰৰ প্ৰদীপ যাতে গোটেই নিশা জ্বলি থাকে সেই কথাত মন দিব৷ চন্দনৰ তিলক লগাওক৷ বেলপাত, ভাং, ধতুৰা, কুঁহিয়াৰৰ ৰস, পদ্মবীজ, ফল আৰু মিঠাই দি পূজা কৰক৷

মহাশিৱৰাত্ৰিৰ মন্ত্ৰ

মহাশিৱৰাত্ৰিত মহাদেৱৰ এই মন্ত্ৰসমূহ জপ কৰক- ঔম নম ভাগবনে ৰুদ্ৰায়, ঔম নমহঃ শিৱায় ৰুদ্ৰায় শন্তবায় ভৱানীপতায়ে নম নমহঃ৷ ইয়াৰ সৈতে শিৱ পুৰাণ জপ কৰিলেও উপকাৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে  IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.