• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?

এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?

1 year ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

32 minutes ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

2 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

10 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

10 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

11 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

11 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

12 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

12 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

14 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

14 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

15 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?

এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?

editor by editor
February 24, 2025
in জীৱনশৈলী, বিশ্ব
0
এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘প্ৰথমে তেওঁৰ এজনী বান্ধৱী আছিল, তাৰপাছত হঠাৎ আৰু দুজনী বান্ধৱী গোট খালে৷ তাৰপিছত আৰু এগৰাকী, তাৰপিছত আৰু এগৰাকী৷’ সামাজিক মাধ্যমত নিজৰ প্ৰেমিকক লৈ এই কথা লিখিছে এগৰাকী ব্ৰাজিলিয়ান মডেলে৷ এনেকৈ এজনীৰ পাছত আনজনী মহিলা বান্ধৱী আনি থকাৰ পাছতো এতিয়াও কিন্তু দুয়ো স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ হোৱা নাই৷ কেনেকৈ বিচ্ছেদ নোহোৱাকৈ দুয়োৱে মসৃণভাৱে চলাই নিছে সংসাৰ?

এই ধৰণৰ ঘটনাৰ পৰাইতো বিচ্ছেদ হয়৷ কিন্তু এওঁলোকে বিচ্ছেদৰ সলনি মসৃণভাৱে চলাইছে সংসাৰ৷ ঘটনাৰ কথা প্ৰকাশ কৰিছে এমিলি সৌজা নামৰ এগৰাকী মডেলে৷ তেওঁ জনাইছে, বৰ্তমান তেওঁৰ প্ৰেমিক আৰ্থাৰৰ মুঠ ৫গৰাকী প্ৰেমিকা আছে৷ সকলো একেখন ছাদৰ তলতেই থাকে৷ এমিলিয়ে জনাইছে যে আৰ্থাৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ সূচনা হৈছিল প্ৰায় ৪ বছৰৰ পূৰ্বেই৷ তেতিয়া এমিলিৰ বয়স আছিল ২৩ বছৰ আৰু আৰ্থাৰৰ বয়স ৩৭ বছৰ৷ তেতিয়াও অৱশ্যে চিংগল নাছিল আৰ্থাৰ৷ লুয়ানা নামৰ এগৰাকী পত্নী আছিল তেওঁৰ৷ এমিলিয়ে ভাৱিছিল সকলো এৰি তেওঁৰ সৈতে সংসাৰৰ পাতনি মেলিব আৰ্থাৰে৷ কিন্তু তেনে নহ’ল৷ ইয়াৰ সলনি বাঢ়ি গৈ থাকিল আৰ্থাৰৰ প্ৰেমিকাৰ সংখ্যা৷

বৰ্তমান স্ত্ৰী লুয়ানাসহ ৫ সংগীনি আছে আৰ্থাৰৰ৷ এমিলি আৰু লুয়ানাৰ ওপৰিও ভালকিৰিয়া, দ্যামিয়ানা আৰু কাৰ্লা নামৰ তিনি বান্ধৱীও আছে তেঁওৰ৷ ষষ্ঠ বান্ধৱীয়ে কিছুদিন পূৰ্বে তেওঁক এৰি গৈছে৷ এমিলিয়ে জনাইছে যে নিশাবোৰ প্ৰেয়সীৰ সৈতে ভগাই লৈছে আৰ্থাৰে৷ অৰ্থাৎ এগৰাকী সংগীৰ সৈতে এটা নিশাকৈ ভগাই লৈছে সপ্তাহৰ দিন৷ আটাই কেইজনী প্ৰেয়সীয়েই আৰ্থাৰক খুব ভালপায় যাৰবাবে তেওঁলোকে একেখন ছাদৰ তলতেই সুখেৰে সংসাৰ চলাই আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

August 6, 2026
Next Post
মনে মনে জানিছিলোয়ে… ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT  বাবাই?

মনে মনে জানিছিলোয়ে... ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT বাবাই?

সৌভাগ্যৰ সপ্তাহ! কষ্টাৰ্জিত সাফল্যই নহয়, সৌভাগ্যইয়ো লগ দিব এইকেইটা ৰাশিৰ জাতকক

সৌভাগ্যৰ সপ্তাহ! কষ্টাৰ্জিত সাফল্যই নহয়, সৌভাগ্যইয়ো লগ দিব এইকেইটা ৰাশিৰ জাতকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.