• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ

আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ

1 year ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

3 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

4 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

5 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

6 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

7 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

7 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

8 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

9 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

10 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

10 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

11 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ

editor by editor
February 28, 2025
in বিবিধ, ভাৰত
0
আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ

দেশ তোলপাৰ লগোৱা আন এক নিৰ্ভয়া কাণ্ডৰ মূল অভিযুক্তক অৱশেষত আটক আৰক্ষীৰ। অভিযুক্তই বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে নিকৃষ্ট কাম কৰিছিল যুৱতীএগৰাকীৰ সৈতে।

মহাৰাষ্ট্ৰৰ পুনেৰ স্বৰ্গেট বাছ ষ্টেণ্ডত সংঘটিত হৈছিল এই ঘটনা। মহাৰাষ্ট্ৰ আৰক্ষীয়ে পুনেৰ শ্বিৰুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণৰ ৩৭ বৰ্ষীয় অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডেক।

তথ্য অনুসৰি আৰক্ষীৰ পৰা পলাই থকা অভিযুক্তই যোৱা নিশা নিজৰ চিনাকি এজনৰ ঘৰলৈ গৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল। কিন্তু সেই লোকজনেই অভিযুক্তৰ আগমনৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। তথ্য লাভ কৰাৰ লগে লগে নিশা প্ৰায় ১.৩০ বজাত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

পুনে বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন বাছৰ ভিতৰত এগৰাকী ২৬ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিছিল অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ড্ৰ’ন আৰু ডগ স্কোয়াডো মোতায়েন কৰিছিল।

পুনেৰ গুনাট গাঁৱৰ বাসিন্দা গাডেক গ্ৰেপ্তাৰ কৰিবলৈ কমেও ১৩টা আৰক্ষীৰ দল গঠন কৰা হৈছিল। ৪৮ ঘণ্টাৰ পাছতো সফল হব পৰা নাছিল আৰক্ষী। যাৰ বাবে পুনে আৰক্ষীয়ে অভিযুক্তৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে কোনো তথ্য প্ৰদান কৰিলে ১ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল।

অৱশেষত নিশা আৰক্ষীয়ে লাভ কৰে অভিযুক্তৰ উপস্থিতিৰ সম্ভেদ। লগে লগে পুনে চহৰ আৰু গ্ৰাম্য আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ ১০০ৰো অধিক আৰক্ষীক গুনাট গাঁৱলৈ প্ৰেৰণ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে অভিযুক্ত গাডেৰ বিৰুদ্ধে পুনে আৰু অহিল্যানগৰ জিলাত চুৰি, ডকাইতি, শিকলি লুটকে ধৰি ডেৰ ডজন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। কাৰাগাৰতো বন্দী হৈ আছিল অভিযুক্ত। কিন্তু ২০১৯ চনৰ পৰা জামিনত বাহিৰত আছিল অভিযুক্ত।

পাছে কি হৈছিল ঘটনাৰ দিনা ! পুনেৰ স্বৰ্গেট মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অন্যতম বৃহৎ বাছ ষ্টেণ্ড। ইয়াত দুদিন পূৰ্বে এম এছ আৰ টি চিৰ শিৱ শ্বাহী বাছৰ ভিতৰত এগৰাকী মহিলাক ধৰ্ষণ কৰা হৈছিল। আৰক্ষীৰ তদন্তৰ সময়ত পোহৰলৈ আহিছিল অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডেৰ নাম।

২৫ ফেব্ৰুৱাৰে মঙলবাৰে পুৱা প্ৰায় ৫.৪৫ বজাত যুৱতীগৰাকীয়ে এখন প্লেটফৰ্মত সতৰা জিলাৰ ফাল্টন অভিমুখে বাছ এখনৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে অভিযুক্ত সেই স্থানলৈ আহি লাহে লাহে যুৱতীগৰাকীৰ লগত কথা পাতি সহজ হবলৈ ধৰে।

অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীক ‘দিদি’ বুলি সম্বোধন কৰি সতৰালৈ যোৱা বাছখন আনটো প্লেটফৰ্মত উপস্থিত হোৱা বুলি কয়। ইয়াৰ পিছত যুৱতীগৰাকীক ষ্টেণ্ড কেম্পাছৰ আন এক ঠাইত ৰখাই থোৱা এখন খালী ‘শিৱ শ্বাহী’ এ চি বাছলৈ লৈ যায়। বাছত প্ৰৱেশ কৰাৰ লগে লগে অভিযুক্তই যুৱতীগৰাকীৰ ওপৰত জোৰ-জবৰদস্তি কৰিবলৈ ধৰিলে।

ভুক্তভোগী যুৱতীৰ ভাষ্য গ্ৰহণৰ পাছতে আৰক্ষীয়ে তদন্ত কৰিছিল। আজি সেই পাষণ্ডক আদালতত হাজিৰ কৰোৱা হব। ৰাজ্য়খনৰ উপ-মুখ্যমন্ত্ৰীয়ে এই ঘটনাত গভীৰ চিন্তা ব্যক্ত কৰাৰ লগতে চৰকাৰৰ ফলাৰ পৰা অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ বাবে চেষ্ঠা কৰিব বুলি মন্তব্য কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: another nirbhaya caseRape Case . Maharashtra Pune Rape Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

March 21, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
Next Post
অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব

অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ'লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব

দিল্লী বিধানসভাত দাখিল হ’ব কেগৰ দ্বিতীয়খন প্ৰতিবেদন, কেজৰিৱাল পৰিব পাৰে বিপদত

দিল্লী বিধানসভাত দাখিল হ’ব কেগৰ দ্বিতীয়খন প্ৰতিবেদন, কেজৰিৱাল পৰিব পাৰে বিপদত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.