কাইলৈ বুধবাৰে গোটেই দিন গজকেশৰী যোগ, ৫ ৰাশিৰ জীৱনলৈ বাম্পাৰ সুযোগ
কাইলৈ ১৯ মাৰ্চ বুধবাৰে চন্দ্ৰই তুলা ৰাশিৰ পৰা বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চত মাহৰ কৃষ্ণ পক্ষৰ পঞ্চম দিন। জ্যোতিষৰ হিচাপ অনুসৰি কাইলৈ হৰ্ষণ যোগ আৰু বজ্ৰ যোগৰ প্ৰভাৱ পৰিব।
লগতে কাইলৈপ্ৰথমে বিশাখা নক্ষত্ৰৰ প্ৰভাৱ পৰিব আৰু তাৰ পিছত অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ। এই সকলোবোৰ সংমিশ্ৰণৰ প্ৰভাৱৰ বাবে কাইলৈ এটা বিশেষ দিন হ’বলৈ গৈ আছে। হিন্দু ধৰ্মত বুধবাৰ গুণ প্ৰদানকাৰী ভগৱান গণেশৰ প্ৰিয় দিন। জ্যোতিষৰ হিচাপ অনুসৰি ৪ ৰাশিৰ লোকেজীৱনত বহুত সুখ আৰু সফলতা লাভ কৰিব।
মেষ ৰাশি
কাইলৈ ১৯ মাৰ্চত মেষ ৰাশিৰ লোকে জীৱনৰ সকলো সুখ আৰু সৌভাগ্য অনুভৱ কৰিব। কাইলৈআপোনাৰ সাহস, আত্মবিশ্বাস, ধৈৰ্য্য তুংগত উঠিব। কাইলৈমেষ ৰাশিৰ লোকৰ সন্মুখত শত্ৰুৱে পৰাজয় স্বীকাৰ কৰিব। কাইলৈ সমাজ সেৱাৰ কামতো অংশগ্ৰহণ কৰিব। যদি আপুনি চাকৰি এটা পাবলৈ চেষ্টা কৰে তেন্তে কাইলৈ বন্ধুৰ সহায়ত ভাল চাকৰি এটা পাব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ গঢ়ি উঠিব।
মিথুন ৰাশি
কাইলৈহৰ্ষণ যোগৰ শুভ প্ৰভাৱৰ বাবে মিথুন ৰাশিৰ লোকৰ বাবে শুভ হব। কাইলৈ আপোনাৰ সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলেও কাইলৈ আপোনাৰ বিৰোধী বিফল হ’ব। আপোনাৰ বুদ্ধিমত্তা আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব। মিথুন ৰাশিৰ লোকে আইনী জটিলতাত জয়ী হ’ব।
কৰ্কট ৰাশি
কাইলৈকৰ্কট ৰাশিৰ বাবে বিশেষ ভাগ্যৰ দিন হ’ব। কাইলৈ হঠাৎ কোনো উৎসৰ পৰা টকা লাভ কৰিব পাৰে। চৰকাৰী প্ৰকল্পৰ পৰাও আপুনি লাভৱান হ’ব পাৰে। এতিয়ালৈকে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰি অহা সকলো সমস্যা এতিয়া দূৰ হ’ব। কৰ্কট ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত যথেষ্ট অগ্ৰগতি লাভ কৰিব। কাইলৈ ব্যৱসায়ত ডাঙৰ লাভ হ’ব পাৰে।
ধনু ৰাশি
কাইলৈবিশাখা তাৰকাৰ প্ৰভাৱত ধনু ৰাশিৰ লোকৰ বাবে অপেক্ষা কৰি আছে এক বৃহৎ সফলতা। কাইলৈআপুনি আপোনাৰ জ্ঞান, বুদ্ধিমত্তা, আৰু কঠোৰ পৰিশ্ৰমৰ শক্তিৰে প্ৰতিকূল পৰিস্থিতিৰ ওপৰত জয়লাভ কৰিব। কাইলৈনিজৰ কেৰিয়াৰত ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ লোকে কাইলৈকিছু অতিৰিক্ত ধন লাভ কৰিব পাৰে। আপোনাৰ ওপৰত থকা মানসিক চাপ এতিয়াই উপশম পাব।
মকৰ ৰাশি
কাইলৈ গোটেই দিনটো মকৰ ৰাশিৰ লোকৰ ওপৰত গণেশৰ আশীৰ্বাদ থাকিব। কাইলৈ আপুনি সমাজত প্ৰভাৱ আৰু প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হ’ব। কাইলৈমকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সকলো বিষয়তে পৰিয়ালৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কাইলৈ কাম হাতত ল’লে আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিব। কাইলৈ টকা বিনিয়োগ কৰিলে আপুনি লাভৱান হ’ব। ব্যৱসায়তো লাভ বাঢ়িব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















