• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে

বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে

1 year ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

1 hour ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

4 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

5 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

6 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

6 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

8 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

8 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

8 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

9 hours ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে

editor by editor
March 21, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে

ইতিহাস ৰচিলে ইটালীৰ এটা সংবাদ মাধ্যমে, প্ৰকাশ কৰি উলিয়ালে বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত। ইটালীৰ কাকত ইল ফ’গ্লিঅ’ই বিশ্বজুৰি প্ৰথমটো সংবাদ মাধ্যমৰ সংস্থা হিচাপে পৰিগণিত হৈছে যিয়ে এআই ব্যৱহাৰ কৰি এটা সম্পূৰ্ণ সংস্কৰণ প্ৰকাশ কৰিছে।

বাতৰি কাকত খনৰ প্ৰতিটো খবৰেই লিখা হৈছে কৃত্তিম বুদ্ধিমত্তাৰ জৰিয়তে। তাতোকৈ উল্লেখযোগ্য কথা যে, এই বাতৰি কাকত খন এটা দিনেই এইদৰে কৃত্তিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে বাতৰি কাকত প্ৰকাশ কৰা নাই, অহা এমাহৰ বাবে এইদৰে এ আই ৰ সহায়ত বাতৰি কাকত প্ৰকাশ কৰিব বুলি সদৰি কৰিছে।

এই কাকতখন হৈছে ইটালীৰ এখন দৈনিক বাতৰি কাকত যাৰ নাম ইল ফ’গ্লিঅ’। ইয়াৰ প্ৰায় ২৯০০০ কপি প্ৰতিদিনে বিক্ৰী হয়।

ইল ফ’গ্লিঅ’ই কয় যে সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা বাতৰি কাকত প্ৰকাশ কৰা এইখনেই বিশ্বৰ প্ৰথমখন কাকত। ইয়াৰ সাধাৰণ সংস্কৰণৰ সমান্তৰালভাৱে ১৮ মাৰ্চ মঙলবাৰৰ পৰা ছপা আৰু অনলাইনত চাৰি পৃষ্ঠাৰ দৈনিক এআই সংস্কৰণ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে।

এই কৃত্তিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে প্ৰকাশ কৰা কাকতখনৰ প্ৰথম সংস্কৰণত প্ৰায় ২২টা প্ৰবন্ধ আৰু তিনিটা সম্পাদকীয় আছিল। ChatGPT ৰ সহায়ত প্ৰকাশ কৰিছিল খবৰবোৰ।

এ এফ পিৰ প্ৰতিবেদন অনুসৰি কাকতখনৰ প্ৰায় ২০ জন সাংবাদিকে OpenAI ৰ ChatGPT chatbotক এটা বিশেষ বিষয়ৰ ওপৰত লিখিবলৈ কয়। ইয়াৰ পিছত এই AI চফটৱেৰে ইণ্টাৰনেটৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি লেখাটো প্ৰস্তুত কৰে।

এই সপ্তাহত কাকতখনে এআই ব্যৱহাৰ কৰি প্ৰকাশ কৰা প্ৰবন্ধসমূহৰ ভিতৰত আছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ ভাষণৰ বিশ্লেষণ, ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনৰ মাজত শেহতীয়াকৈ হোৱা ফোন কলৰ সম্পাদকীয় আৰু এটা ফেশ্বন কাহিনী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AIAI generated News PaperChatGptitalyNews Paper
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

April 6, 2026
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!
প্ৰযুক্তি

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

April 6, 2026
Next Post
শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.