• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ

খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ

1 year ago
কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

29 minutes ago
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

60 minutes ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

2 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

3 hours ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

3 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

4 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

4 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

5 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

6 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

6 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

7 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ

খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ

editor by editor
March 27, 2025
in জীৱনশৈলী
0
খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ স্কিমত আবেদন কৰিছে নেকি! এই স্কিমত মাহিলী ৫ হাজাৰ টকাকৈ বৃত্তি দিব চৰকাৰে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই স্কিমত আবেদনৰ সময়সীমা শেষ হব আগন্তুক ৩১ মাৰ্চত। হাতত আৰু বেছি দিন নাই। এই স্কিমত আবেদনৰ বাবে আপুনি অফিচিয়েল ৱেবচাইট minternship.mca.gov.inত গৈ বিতংভাৱে জানি লওক।

এই অফিচিয়েল ৱেবচাইটত লিখা আছে, ভাৰচৰ যুৱক-যুৱতীসকলৰ বাস্তৱ জগতৰ অভিজ্ঞতা আনি দিবলৈ তেওঁলোকক স্বাৱলম্বী কৰি তুলিবলৈকে এই প্ৰকল্প। একাডেমিক শিক্ষা আৰু প্ৰয়োগিক কামৰ পৰিবেশ তৈয়াৰ কৰি উভয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সুবিধা কৰি দিয়াই এই প্ৰকল্পৰ প্ৰধান লক্ষ্য়। আপুনি যদি সদ্য স্নাতক হয় তেন্তে আপোনাৰ বাবে এই স্কিম লাভজনক।

কেনেকৈ ৰেজিষ্টাৰ কৰিব?

প্ৰথমে অফিচিয়েল ৱেবচাইটত  pminternship.mca.gov.in ক্লিক কৰক।
হোমপেজত গৈ ৰেজিষ্টাৰ লিংকত ক্ৰিক কৰিব লাগিব।

ইয়াপাছতেই আপুনি অন্য এক ৱেবচাইটত ৰিডাইৰেক্ট হব।

এতিয়া ৰেজিষ্ট্ৰেছন ডিটেল দি ছাবমিট বটনত ক্লিক কৰিব লাগিব।

প্ৰাৰ্থীয়ে দিয়া তথ্যৰ ভিত্তিত পোৰ্টেলত এখন ৰেজুমি তৈয়াৰ হৈ পৰিব।

লোকেছন, চেক্টৰ, ফাংছনেল ৰোল, যোগ্যতা অনুসৰি ইয়াত ৫টা ইণ্টাৰ্ণচিপৰ সুযোগৰ বাবে আপুনি আবেদন কৰিব পাৰিব।

কি কি যোগ্যতা লাগিব?

প্ৰাৰ্থী দশম, দ্বাদশ, আইটি আই, পলিটেকনিক বা ডিপ্লমা কৰ্ছ কৰি থকা হব লাগিব।

মাধ্য়মিক উত্তীৰ্ণ আৰু নিৰ্দিষ্ট ট্ৰেডত আই টি আই পাছ কৰিলেও যোগ্য বিবেচিত হব।

ইণ্টাৰমিডিয়েটসহ AICTE স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা থাকিলেও যোগ্য বিবেচিত হব।

ইউ জি ছি বা AICTE স্বীকৃত প্ৰতিস্থানৰ পৰা স্নাতক উত্তীৰ্ণ হলেও যোগ্য বিবেচিত হব।

প্ৰাৰ্থীৰ বয়স হব লাগিব ১৮ৰ পৰা ২৪ বছৰৰ ভিতৰত।

কি কি সুবিধা পাব?

এই স্কিমত নিৰ্বাচিত প্ৰাৰ্থীয়ে ইণ্টাৰ্ণছিপ কৰিলে মাহিলী ৫ হাজাৰকৈ বৃত্তি পাব।

এককালীন ৬ হাজাৰ টকা পাব।

বাস্তৱ জগতৰ কামৰ অভিজ্ঞতা পাব।

এই স্কিমৰ অধীনত ১২ মাহৰ ইণ্টাৰ্ণছিপ কৰোৱা হব দেশৰ ৫০০ সংস্থাত। ইয়াৰ মাধ্যমেৰে উপকৃত হব ১.২৫ লাখ যুৱক যুৱতী। ইয়াৰ পূৰ্বে ১৯৩ টা সংস্থাই দেশৰ তৰুণ তৰুণীক শিক্ষানবিশৰ সুযোগ দিছে। এই পোৰ্টেলত মাৰুতি ছুজুকি ইণ্ডিয়া, ঈশান মোটৰছ, এল এণ্ড টি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, মুথুট ফাইনেন্স, জুবিলেণ্ট ফুডৱাৰ্কছকে ধৰি ডাঙৰ ডাঙৰ সংস্থাই এই ইন্টাৰ্ণচিপ কৰাব। এই স্কিমত অংশ লৈছে ২৪ টা পৃথক পৃথক চেক্টৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা
জীৱনশৈলী

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

April 24, 2026
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

April 24, 2026
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা
জীৱনশৈলী

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

April 24, 2026
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!
জীৱনশৈলী

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

April 24, 2026
Next Post
দৈনিক ৰাশিফল- চ’ত মাহৰ কৃষ্ণা চতুৰ্দশীত আজি শুক্লা যোগ, কি আছে কাৰ ভাগ্যত

দৈনিক ৰাশিফল- চ'ত মাহৰ কৃষ্ণা চতুৰ্দশীত আজি শুক্লা যোগ, কি আছে কাৰ ভাগ্যত

জম্মু-কাশ্মীৰৰ কঠুৱাত এনকাউণ্টাৰ, ৩ সেনা জোৱান শ্বহীদ, ৩ আততায়ী নিহত

জম্মু-কাশ্মীৰৰ কঠুৱাত এনকাউণ্টাৰ, ৩ সেনা জোৱান শ্বহীদ, ৩ আততায়ী নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.