• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

11 months ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

36 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

1 hour ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

12 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

13 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

14 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

editor by editor
April 8, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ
0
SHARES
590
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

কিমান জঘন্য হব পাৰে কোনো বন্ধুৰ মানসিকতা। একেলগে পঢ়া যুৱকেই সকলো কাঢ়ি লৈ গ’ল বান্ধৱীৰ। এটা সপ্তাহে ধৰি ২৩ লোকৰ কামনাৰ বলি এগৰাকী ১৯ বছৰীয়া যুৱতী। এই ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ দেশ।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসীত। এসপ্তাহ পূৰ্বে যুৱতীৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপিছিল কন্যা সন্ধানহীন হোৱাৰ বাবে। ২৯ মাৰ্চৰ পৰা সন্ধনাহীন হৈ আছিল যুৱতী, বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান পোৱা নাছিল যুৱতীৰ।

অৱশেষত ৪ এপ্ৰিলত সম্পূৰ্ণ নিচাগ্ৰস্থ লোকৰ দৰে কোনোমতে নিজে আহি উপস্থিত হয় যুৱতী। পাছত যেতিয়া সম্ভিত ঘূৰি আহে, তেতিয়া পিতৃ-মাতৃৰ আগত সদৰি কৰে নিজৰ লগতে এসপ্তাহে হৈ থকা নৰক যন্ত্ৰনাৰ কথা।

নিজৰ লগতেই পঢ়া কেইগৰাকীমান যুৱকে যুৱতীগৰাকীক নি নিচা কৰোৱাই কেইবা ঠাইতো নি এটা সপ্তাহে বিভিন্ন জনৰ লগত দলবদ্ধ ধৰ্ষণ কৰে। যুৱতীগৰাকীয়ে যাতে এই কাৰ্যত বাধা দিব নোৱাৰে তাৰ বাবে বহু নিচা কৰোৱাই দিয়ে যুৱতীক।

পাছত কোনোমতে সেই স্থানৰ পৰা পলাই আহি ঘৰত উপস্থিত হয় যুৱতীগৰাকীষ। লগে লগে কন্যাৰ মুখৰ পৰা সকলো ঘটনা জানিব পাৰি আৰক্ষীৰ কাষ চাপে দুৰ্ভগীয়া পিতৃ। আৰক্ষীৰ ওচৰত সবিস্তাৰে বৰ্ণনা কৰে ঘটনা।

আৰক্ষীয়ে লগে লগে অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ধাৰা ৭০(১) (দলবদ্ধ ধৰ্ষণ), ৭৪ (অত্যাচাৰী বিনয়), ১২৩ (বিষ বা নিচা বা ক্ষতিকাৰক পদাৰ্থ প্ৰদান), ১২৬(২) (চলন-ফুৰণত বাধা দিয়া), ১২৭(২) (অনুচিতভাৱে কাৰাবন্দী কৰা), আৰু ৩৫১(২) (অপৰাধমূলক ভয় দেখুৱাই)ৰ অধীনত অভিযোগ দাখিল কৰা হৈছে।

লগতে যুৱতীয়ে চিনি পোৱা ৬ গৰাকী ধৰ্ষণকাৰীক আৰক্ষীয়ে আটক কৰে। কিন্তু অন্য ১৭ ধৰ্ষণকাৰী যুৱতীৰ অচিনাক্ত হোৱা বাবে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে সকোল স্থানৰে চিচি টিভি ফুটেজ আৰু বিভিন্ন পদ্ধতিৰে তদন্ত কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BaranashiGang Rapeuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
Next Post
কাইলৈ ৯ এপ্ৰিলৰ দিনটো অতিকে শুভ হ’বলৈ আছে ৫ ৰাশিৰ বাবে

কাইলৈ ৯ এপ্ৰিলৰ দিনটো অতিকে শুভ হ'বলৈ আছে ৫ ৰাশিৰ বাবে

৬ বছৰৰ পাছত ইণ্ডিয়ান আইডল এৰিলে বিশাল দাদলানীয়ে, কাৰণ কি ?

৬ বছৰৰ পাছত ইণ্ডিয়ান আইডল এৰিলে বিশাল দাদলানীয়ে, কাৰণ কি ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.