• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি

চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি

1 year ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

33 minutes ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

1 hour ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

2 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

2 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

3 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

3 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

4 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

5 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

6 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

7 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি

চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি

editor by editor
April 10, 2025
in বিশ্ব
0
চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীন আৰু আমেৰিকাৰ মাজত আৰম্ভ হৈছে শুল্ক যুদ্ধ৷ সেই যুদ্ধৰেই প্ৰভাৱ পৰিছে ব্যক্তি সম্পৰ্কৰ ক্ষেত্ৰতো৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে চীনত নিযুক্ত কূটনীতিবিদ, নিৰাপত্তা অনুমোদনপ্ৰাপ্ত কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক চীনা নাগৰিকৰ সৈতে প্ৰেম, যৌন সম্পৰ্ক স্থাপন কৰা আদিৰ পৰা দূৰৈত থাকিবলৈ নটিছ প্ৰেৰণ কৰিছে৷ অৰ্থাৎ এনে সম্পৰ্ক সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে আমেৰিকাই৷ জানুৱাৰীতেই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰদূৰ নিকোলাছ বাৰ্নছে এই নীতি কাৰ্যকৰী কৰিছে৷

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

পূৰ্বে কেৱল নিৰ্দিষ্ট পেছাত চীনা নাগৰিকৰ সৈতে সম্পৰ্ক সীমিত আছিল আমেৰিকাৰ লোকৰ৷ কিন্তু এইবাৰ সম্পূৰ্ণ ন’ন ফ্ৰাটাৰনাইজেছন নীতি আৰম্ভ কৰিছে আমেৰিকাই৷ নিৰাপত্তাজনিত উদ্বেগ, বিশেষকৈ তথাকথিত হানিপট কৌশলৰ মাধ্যমেৰে চুৰি কৰা আদি কামৰ পৰা ৰেহাই পাবলৈকে এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে আমেৰিকাৰ তৰফৰ পৰা৷

এই নিষেধাজ্ঞা চীনৰ মূল ভূখণ্ড আৰু হংকঙৰ মাৰ্কিন মিছনত প্ৰযোজ্য৷ চীনৰ বাহিৰৰ মাৰ্কিন কৰ্মীসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা কাৰ্যকৰী নহয়৷ পূৰ্ববৰ্তী সম্পৰ্ক থাকিলেও সেই সম্পৰ্ক চীনত থকা এইসকল কৰ্মচাৰীক বাদ দিবলৈ আহ্বান জনোৱা হৈছে৷ সম্পৰ্ক বাদ নিদিলে সেই পদৰ পৰা অব্যাহতি ল’বলৈকো ৰূঢ়ভাৱে জনাই দিছে আমেৰিকাই৷

ৱাছিংটন আৰু বেইজিঙৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ প্ৰেক্ষাপটত এই পদক্ষেপ লোৱা হৈছে৷ চীনে এই বিষয়ত অৱশ্যে কোনো মন্তব্য প্ৰকাশ কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
Next Post
পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?

পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?

এই ১৪ টা ৱেবচাইটৰ যিকোনো এটাত চালেই হ’ব, ১০বাজি ৩০ মিনিটতে চাব পাৰিব মেট্ৰিকৰ ফলাফল

এই ১৪ টা ৱেবচাইটৰ যিকোনো এটাত চালেই হ’ব, ১০বাজি ৩০ মিনিটতে চাব পাৰিব মেট্ৰিকৰ ফলাফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.