বৰ্তমান মীন ৰাশিত আছে সূৰ্য৷ আগন্তুক ১৪ এপ্ৰিলত সূৰ্যই মীন এৰি মেষ ৰাশিত গোচৰ কৰিব৷ সূৰ্যই এটা এটা ৰাশিত এমাহ সময় থাকে৷ সেয়ে ১২ ৰাশিৰ চক্ৰ এবাৰ ঘূৰিবলৈ সূৰ্যক সময় লাগে এবছৰ৷ সেয়ে কোনো ৰাশি এৰি যোৱাৰ পাছত আকৌ উভতি আহিবলৈ সূৰ্যক সময় লাগে এবছৰ৷ বৰ্তমান সূৰ্যৰ সৈতে মীন ৰাশিত আছে শনিও৷ সূৰ্য আৰু শনি সম্পৰ্কত পিতা পুত্ৰ হলেওঁ দুয়ো পাৰস্পৰিক শত্ৰু গ্ৰহ৷ শনিৰ সৈতে সূৰ্যই মেষ ৰাশিত আহিলে ক্ষমতা বাঢ়িব৷ সূৰ্যৰ শুভ প্ৰভাৱত কোন কোন ৰাশিৰ জাতক লাভবান হ’ব?
চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















