• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড ?

৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড ?

12 months ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

6 minutes ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

53 minutes ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

2 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

2 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

14 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

15 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

15 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

16 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

17 hours ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

17 hours ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

18 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড ?

editor by editor
May 1, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড

বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে দেশক জোকাৰি যোৱাই নহয়, নিৰাপত্তা বাহিনীৰ বাবেও চোৰাংচোৱা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰৰ মতে, চাৰিটা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ স্থানীয় সহযোগী (OGW)ৰ দীৰ্ঘ পৰিকল্পিত কৌশলৰ অংশ। এই ৪ জন সন্ত্ৰাসবাদীৰ ভিতৰত দুজন আছিল পাকিস্তানী, নাম মুছা আৰু আলী।

সূত্ৰৰ পৰা জানিব পৰা মতে, স্থানীয় যোগাযোগৰ সহযোগত ১৫ এপ্ৰিলতেই পেহেলগামত উপস্থিত হৈছিল সন্ত্ৰাসবাদী কেইটা। ইয়াৰ পিছত দলটোৱে অঞ্চলটোৰ বহু স্পৰ্শকাতৰ ঠাইৰ পৰিদৰ্শন কৰিছিল। তেওঁলোকৰ লক্ষ্য আছিল সৰ্বাধিক ক্ষতিসাধন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰা।

আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চল সন্ধান চলাইছিল। ইয়াৰে প্ৰথম নাম- আৰো উপত্যকা। কিন্তু আৰো উপত্যকাত নিৰাপত্তা বাহিনীৰ শিবিৰ থকাৰ বাবে সন্ত্ৰাসবাদীয়ে নাকচ কৰে।

দ্বিতীয়স্থান আছিল এখন বিনোদন পাৰ্ক, যিখন আৰো উপত্যকাৰ ওচৰত অৱস্থিত। কিন্তু সন্ত্ৰাসবাদীয়ে সেই ঠাইয়ো কম লোকৰ সমাগম হোৱৰ বাবে বিকল্প এৰে। সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰা পথত অৱস্থিত বেতাব উপত্যকাকো লক্ষ্য কৰি আক্ৰমণ কৰিব বিচাৰিছিল। ইয়াত উপস্থিত থকা লোকৰ ভিৰ আছিল যদিও অতিৰিক্ত নিৰাপত্তা বাহিনীৰ উপস্থিতিয়ে সন্ত্ৰাসবাদীক পিছুৱাই যাবলৈ বাধ্য কৰে।

শেষত জম্মু-কাশ্মীৰৰ পেহেলগামত অৱস্থিত হৈছিল আক্ৰমণকাৰী। বৈছাৰণ উপত্যকা পৰ্যটকৰ হটস্পট, কিন্তু অমৰনাথ যাত্ৰা ট্ৰেকৰ পৰা অলপ পৃথক। আক্ৰমণৰ বাবে এই ঠাইখন বাছি লৈছিল সন্ত্ৰাসবাদীয়ে। ১৯ এপ্ৰিলত চোৰাংচোৱাগিৰি চলোৱা হয় ঠাইৰ, তাৰ পিছত ২২ এপ্ৰিলৰ দুপৰীয়া আক্ৰমণ কৰি ২৬ জন নিৰীহ লোকৰ প্ৰাণ কাঢ়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India PakistanPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!
জীৱনশৈলী

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

April 20, 2026
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

April 20, 2026
Next Post
বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি

বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ'লে কঠোৰ শাস্তি

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ'লগৈ ইজেক্যুলেচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.