• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

1 year ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

11 minutes ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

43 minutes ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

2 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

2 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

2 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

3 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

3 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

4 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

4 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

5 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

6 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
May 4, 2025
in জীৱনশৈলী
0
গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ৫মে’ৰ পৰা আৰম্ভ হ’ব নতুন সপ্তাহ৷ সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হ’ব শুভ গজকেশৰী ৰাজযোগ৷ সিংহ ৰাশিত বৃষ আৰু চন্দ্ৰৰ যুঁটিৰ ফলত এই যোগ গঠিত হ’ব৷ ইয়াৰ ফলত মে মাহৰ আৰম্ভণিতে এই সপ্তাহত চাৰিওফালৰ পৰা উন্নতি হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ আগন্তুক সপ্তাহত চাকৰিত উন্নতি কৰিব পাৰিব এইকেইটা ৰাশিৰ জাতকে৷ ব্যৱসায়ত বৃহৎ লাভ কৰাৰ যোগ আছে৷ সাংসৰিক জীৱনতো সুখ আৰু শান্তি থাকিব৷ জানি থওক ৫মে’ৰ পৰা ১১ মে’ৰ ভিতৰত এই সপ্তাহত সম্পদ আৰু প্ৰতিপত্তি লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷ কাৰ্যালয়ত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰলৈ আহিব মেষ ৰাশিৰ জাতক৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰো যোগ আছে৷

বৃষ ৰাশি

৫মে ৰ পৰা ১১ মে’ৰ ভিতৰত এই সপ্তাহত নতুন চাকৰি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে৷ চৰকাৰী কামত আপোনাৰ বাধা থাকিলে এইবাৰ সেই সমস্যা দূৰ হব৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ স্বাস্থ্য ভালে থাকিব৷

মিথুন ৰাশি

মে মাহৰ নতুন সপ্তাহত নানান দিশৰ পৰা লাভজনক খবৰ পাব মিথুন ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো দীৰ্ঘ বা স্বল্প দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হব৷ আগন্তুক সপ্তাহত মিথুন ৰাশিৰ জাতকৰ মনৰ সকলো ইচ্ছাই পূৰণ হব৷ নিজৰ সকলো কাম আপুনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰৰ সমৰ্থন পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবেও এই সময়ত আপোনাৰ বাবে কাৰ্যকৰী হব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ ধন যোগৰ প্ৰভাৱত আগন্তুক সপ্তাহ শুভ হব৷ কেৰিয়াৰ সংক্ৰান্তিয় আপোনাৰ সকলো সমস্যাই এই সময়ত সমাধান হব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব৷ পাবলগীয়া ধন এই সময়ত উভতাই পাব সিংহ ৰাশিৰ জাতকে৷ পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি লৈছে তেওঁলোকৰ বাবেও এই সময় শুভ৷ কোনো সুখবৰ পাব পাৰে৷ সপ্তাহত যিমানেই আগুৱাই যাব সিমানেই লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷

তুলা ৰাশি

আগন্তুক সপ্তাহত তুলা ৰাশিৰ জাতকৰ জীৱন সৌভাগ্যৰ দুৱাৰ খুলিব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰী কোনো প্ৰকল্পৰ পৰা আপুনি লাভৱান হ’ব পাৰে৷ চৰকাৰী কোনো কাম ৰৈ থাকিলে এই সময়ত সম্পূৰ্ণ হব পাৰে৷ অফিচত আপোনাৰ শত্ৰু পৰাজিত হব৷ নিজৰ বুদ্ধি আৰু কৰ্মদক্ষতাক লৈ আগুৱাই যাব আপুনি৷ সপ্তাহৰ মাজত পেছাগত জীৱনত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ মাটি, ঘৰ সংক্ৰান্তিয় কোনো লাভজনৰ চুক্তি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
Next Post
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.