• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?

কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?

1 year ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

7 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

7 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

8 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

9 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

9 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

11 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

11 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

12 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

12 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

14 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?

কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?

editor by editor
May 6, 2025
in জীৱনশৈলী, ভাৰত
0
কঠিনতম আঢ়ৈ বছৰৰ আৰম্ভণি, কাক কাক ভয়ংকৰ বিপদত পেলাব শনিয়ে?
0
SHARES
767
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি শনিৰ চাড়ে সাতি দশা ৭বছৰ ধৰি চলে৷ এয়া এক ধৰণৰ গ্ৰহ দশা৷ যাক তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে৷ শনিৰ চাৰে সাতিৰ প্ৰতিটো পৰ্যায় প্ৰায় আঢ়ৈ বছৰৰ হয়৷ শনিৰ চাৰে সাতিৰ সময়ত ব্যক্তিৰ জীৱনলৈ বহু পৰিবৰ্তন আহে৷ এই সময়ত বহু মানুহে কঠিন চেলেঞ্জ আৰু কষ্টৰ সন্মুখীন হয়৷ জানি থওক শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায় কেনে হয়? কাৰ কাৰ এতিয়া এই পৰ্যায় চলি আছে?

শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায়ত কি হয়?

কুণ্ডলীত শনিৰ অৱস্থান অনুসৰি শনিৰ চাৰে সাতিৰ ভাল আৰু বেয়া ফল পোৱা যায়৷ শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায় আঢ়ৈ বছৰৰ বাবে থাকে৷ যিয়ে জাতকক মানসিক আৰু আৰ্থিক দিশৰ পৰা প্ৰভাৱিত কৰিব পাৰে৷ শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায়ৰ প্ৰভাৱ বিবাহিত জীৱনত দেখা যায়৷ সম্পৰ্কত উত্থান পতন হব পাৰে৷ ইয়াৰ সৈতে এই সময়ত সেই ব্যক্তি আৰ্থিক আৰু মানসিকভাৱে বিপৰ্যস্ত হব পাৰে৷

এতিয়া কোন ৰাশিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায়?

এতিয়া মেষ ৰাশিৰ ওপৰত শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে৷ শনিয়ে ২৯মাৰ্চত মেষ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিছে, যাৰ ফলত এই ৰাশিৰ ওপৰত চাৰে সাতিৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে৷

মানসিক চাপ আৰু উদ্বেগ

  •  শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায়ত মানুহৰ অজানা উদ্বেগ, ভয় বা অসুৰক্ষাৰ চিকাৰ হব পাৰে৷ যাৰ ফলত মানসিক চাপ লক্ষণীয়ভাৱে বাঢ়িব পাৰে৷
  •  একাকিত্ব বা মানুহৰ পৰা দূৰত্ব অনুভৱ কৰিব পাৰে৷

আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ

  • শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায়ত জাতকৰ খৰচ হঠাৎ বৃদ্ধি পাব পাৰে৷
  • ধনসম্পদ ক্ষয়, বিনিয়োগৰ পৰা ক্ষতি বা খৰচ বৃদ্ধিও হব পাৰে৷

স্বাস্থ্যৰ ওপৰত প্ৰভাৱ

শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায়ত টোপনি নহাৰ সমস্যাৰ সন্মুখীন হব পাৰে৷ যাৰ ফলত ক্লান্তি বা মানসিক চাপো অনুভূত হব পাৰে৷ শাৰীৰিক সমস্যাও হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ
জীৱনশৈলী

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

July 1, 2026
Next Post
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.