• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

1 year ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

35 minutes ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

1 hour ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

2 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

3 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

4 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

4 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

4 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

6 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

7 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

7 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

editor by editor
May 7, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

অপাৰেচন সিন্দুৰ’ৰ অধীনত ভাৰতে পাকিস্তান আৰু পাকিস্তান দখল জম্মু-কাশ্মীৰ (PoK)ৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ আত্মগোপন স্থানত আক্ৰমণ চলাইছে। ভাৰতীয় বায়ুসেনাই মাজনিশা কৰা এই অপাৰেচন সিন্দুৰক লৈ এতিয়া বহু আনন্দ প্ৰকাশ কৰিছে পেহেলগাম আক্ৰমণত আপোনজনক হেৰুওৱা শোকস্তব্ধ পৰিয়ালে।

কোনোৱে যদি কৈছে- আনন্দৰ চকুলো বৈছে, কোনোৱে কৈছে- এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে। কোনোৱে কয়- এয়া সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত সন্তোষ জগদলেৰ কন্যা আসাৱৰী জগদলেই ভাৰতীয় সেনাবাহিনীয়ে সংঘটিত কৰা আক্ৰমণৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আছাৱৰী জগদলেই কয় যে আমি আনন্দত কান্দি আছিলো। প্ৰতিশোধ ল’লে মোদী জীয়ে।

এএনআইৰ সৈতে হোৱা কথা-বতৰাত আছাৱৰীয়ে কয় যে তেওঁৰ আনন্দৰ চকুলো বন্ধ কৰিব পৰা নাই। মোদীয়ে প্ৰতিশোধ লৈছে আৰু যিদৰে অপাৰেচনৰ নাম ৰখা হ’ল, আমাৰ চকুপানী থমকি ৰোৱা নাছিল। যি ভগ্নীসকলৰ সেন্দুৰ এই সন্ত্ৰাসবাদীয়ে মচি পেলাইছিল। ভাৰতে তেওঁলোকৰ ৯টা ঘাটিত আক্ৰমণ কৰিছে। আমাৰ আনন্দৰ চকুলো বৈ আছে।

পহলগাম আক্ৰমণত নিহত হোৱা শুভম দ্বিবেদীৰ পিতৃ সঞ্জয় দ্বিবেদীয়ে ভাৰতীয় সেনা আৰু দেশৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে ‘অপাৰেচন সিন্দুৰে বিশ্বাসৰ অনুভূতিৰ সৃষ্টি কৰিছে। ভাৰতীয় সেনাক প্ৰণাম জনাই দেশবাসীৰ বেদনা শুনা প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো। আজিহে আমাৰ শুভমৰ আত্মাই শান্তি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air StrikeAperation Sindoorindian armyPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

July 16, 2026
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’
বিনোদন

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
Next Post
সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

সফল 'সেন্দূৰ', ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.