• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

1 year ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

23 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

43 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

1 hour ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

2 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

3 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

7 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

8 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

9 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

editor by editor
May 8, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ চিনেমা, গান, ৱেবচিৰিজ ভাৰতীয় অটিটি প্লেটফৰ্মৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে৷ বৃহস্পতিবাৰে এই বিষয়ক লৈ বিবৃতি জাৰি কৰিছে নতুন দিল্লীৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে৷ তাতেই কোৱা হৈছে পাকিস্তানত নিৰ্মিত ৱেবচিৰিজ, চিনেমা, গান, পডকাষ্ট বা এই ধৰণৰ যিকোনো তথ্য সম্প্ৰচাৰ মাধ্যমে ৰাখিব নালাগে৷ চাবস্ক্ৰিপছনৰ ভিত্তিতো সেইসমূহ ৰাখিব নোৱাৰিব ভাৰতত৷ অবিলম্বে এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিছে চৰকাৰে৷

বিবৃত্তিত কোৱা হৈছে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক প্ৰভাৱিত কৰি, দেশৰ নিৰাপত্তাৰ পক্ষে বিপজ্জনক, অন্য দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ পক্ষে ক্ষতিকাৰক বা হিংসা বিয়পোৱা বিষয়বস্তু সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষ সতৰ্ক থাকিব লাগিব৷ ভাৰতৰ সংহতি, অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা বা সাৰ্বভৌমত্বৰ পক্ষে ক্ষতিকৰ কোনো তথ্য যাতে সম্প্ৰচাৰিত, প্ৰকাশিত নহয়, প্ৰচাৰকাৰী মাধ্যমসমূহে সেই কথা মূৰত ৰাখিব লাগিব৷

বিবৃত্তিত লগতে কোৱা হৈছে, ভাৰতত সংঘটিত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানৰ যোগ আছে বুলি প্ৰমাণিত হৈছে৷ সম্প্ৰতি ২২ এপ্ৰিলত পহেলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল তাত বহু ভাৰতীয় আৰু এগৰাকী নেপালৰ নাগৰিকৰ মৃত্যু হৈছে৷ সেয়ে জাতীয় সুৰক্ষাৰ কথা বিবেচনা কৰি সকলো অটিটি প্লেটফৰ্ম, চেনেল আৰু প্ৰচাৰকাৰী মাধ্যমক পাকিস্তানত তৈয়াৰ হোৱা ৱেবচিৰিজ, চিনেমা, গান, পডকাষ্ট অবিলম্বে আঁতৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷

উল্লেখ্য যে পাকিস্তানে ভাৰতৰ প্ৰত্যাঘাতৰ সেনা অভিযান অপাৰেছন সেন্দুৰৰ ট্ৰেডমাৰ্ক বিচাৰি বুধবাৰে আবেদন কৰিছিল মুকেশ আম্বানীৰ সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে৷ ইয়াৰোপৰি আকৌ ট্ৰেডমাৰ্কৰ বাবে চাৰিখন আবেদন জমা হৈছে চৰকাৰৰ ওচৰত৷ সূত্ৰৰ খবৰ অনুসৰি তেওঁলোকে মনোৰঞ্জন, চলচ্চিত্ৰ, ৱেব চিৰিজ নিৰ্মাণ, শিক্ষা সংক্ৰান্তিয় প্ৰশিক্ষণ, প্ৰকাশনৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন কৰিছিল৷ সেই বিষয়ক লৈ বিতৰ্কৰ আৰম্ভণি হওঁতেই বৃহস্পতিবাৰে প্ৰেছ বিজ্ঞাপ্তি জাৰি কৰি সেই আবেদন প্ৰত্যাহাৰ কৰিছে ৰিলায়েন্সে৷ ইয়াৰ মাজতেই পাকিস্তানী চিনেমা বা ৱেবচিৰিজ আঁতৰাবলৈ নিৰ্দেশ দিলে কেন্দ্রই৷ ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফসহ একাধিকৰ সামাজিক মাধ্যমত থকা একাউণ্ট ভাৰতত ব্লক কৰা হৈছে৷ চিনেমা আৰু ক্ৰিকেট তাৰকাসকলৰো একাউণ্ট বন্ধ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

July 17, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

জম্মুত ব্লেকআউট, ভাৰতীয় S-400য়ে আকাশতে ধ্বংস কৰিছে কেইবাখনো পাকিস্তানী ড্ৰোণ, জম্মুত বাৰে বাৰে বাজিছে চাইৰেণ

জম্মুত ব্লেকআউট, ভাৰতীয় S-400য়ে আকাশতে ধ্বংস কৰিছে কেইবাখনো পাকিস্তানী ড্ৰোণ, জম্মুত বাৰে বাৰে বাজিছে চাইৰেণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.