• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

1 year ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

4 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

29 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

1 hour ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

4 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

5 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

7 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

editor by editor
May 13, 2025
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

মেট গালা ২০২৫ৰ পিছত আজি ১৩ মে’ৰ পৰা আৰম্ভ হ’ব কাঁন চলচ্চিত্ৰ মহোৎসৱ। ১৩ মে’ৰ পৰা ২৪ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত চিনেমা আৰু ফেশ্বন জগতৰ ডাঙৰ ডাঙৰ তাৰকাবোৰে অংশগ্ৰহণ কৰিব। ৰেড কাৰ্পেটত ডাঙৰ ডাঙৰ তাৰকাসকলে নিজৰ সৌন্দৰ্যতা বিয়পাব।

কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিবাৰেই বলীউড আৰু হলিউডৰ তাৰকাসকলে নিজৰ ফেশ্বনেৰে মানুহক আকৰ্ষিক কৰি আহিছে। কোনোৱে যদি একেবাৰে সামান্য কাপোৰ পৰিধান কৰি শৰীৰৰ অধিকাংশ প্ৰদৰ্শন কৰিছে, একাংশই প্ৰয়োজনকৈ অধিক ডাঙৰ সাজ পৰিধান কৰি আহিছে।

পাছে এইবাৰ কাঁন মহোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠানটোৰ ফালৰ পৰা গাইডলাইন জাৰি কৰিছে, যিবোৰ সকলোৱে মানি চলাটো বাধ্যতামূলক হ’ব।

এইবাৰ কাঁনত নগ্নতা আৰু অভাৰছাইজ ড্ৰেছ নিষিদ্ধ। কাঁন চলচ্চিত্ৰ মহোৎসৱৰ আয়োজকসকলে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি কাঁন ৰেড কাৰ্পেটত নগ্নতা তথা স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজ সাজ-পোছাক নিষিদ্ধ কৰা হৈছে।

অৰ্থাৎ এতিয়া সুন্দৰীসকলে দীঘলীয়া ট্ৰেইল থকা ড্ৰেছ পিন্ধিব নোৱাৰিব। লগতে দেহ প্ৰদৰ্শিত সাজো পৰিধান কৰিব নোৱাৰিব।

কাঁন ফিল্ম ফেষ্টিভেলে কয় যে এইবাৰ ড্ৰেছ কোড অতি আকৰ্ষণীয় হ’ব। কিন্তু যিবোৰ নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে সেইবোৰ ফৰাচী নিয়ম আৰু ফেশ্বনৰ মৰ্যাদাৰ কথা মনত ৰাখি তৈয়াৰ কৰা হৈছে যদিও এই নিয়মৰ উদ্দেশ্য ফেশ্বন নিয়ন্ত্ৰণ কৰা নহয়।

উল্লেখ্য যে, আজি ১৩ মে’ৰ পুৱা ১১ বজাৰ পৰা ফ্ৰান্সত কাঁন চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব। ভাৰতত দুপৰীয়া ২.৩০ বজাৰ পৰা ষ্ট্ৰীম হ’ব। এইবাৰ আলিয়া ভাটে প্ৰথমবাৰৰ বাবে কাঁনত অংশগ্ৰহণ কৰিব। তাৰ উপৰি ঐশ্বৰ্য ৰায়, জান্হৱী কাপুৰ, ঈশান খট্টৰ, শৰ্মিলা ঠাকুৰ, উৰ্বশী ৰাওটেলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cannes FestivalCannes Film FestivalCannes Film Festival 2025Red Carpet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
Next Post
ভয়ংকৰ ! বিদ্যালয়ত বোমা বিস্ফোৰণ, ১৭ শিক্ষাৰ্থী নিহত, ২০ ৰো অধিক আহত

ভয়ংকৰ ! বিদ্যালয়ত বোমা বিস্ফোৰণ, ১৭ শিক্ষাৰ্থী নিহত, ২০ ৰো অধিক আহত

১৫ মে’ৰ পৰা ভাগ্যৰ চকৰি ঘূৰিব ৩ ৰাশিৰ, বৃষ ৰাশিত সূৰ্য্যৰ ট্ৰেনজিট

১৫ মে’ৰ পৰা ভাগ্যৰ চকৰি ঘূৰিব ৩ ৰাশিৰ, বৃষ ৰাশিত সূৰ্য্যৰ ট্ৰেনজিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.