• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰেকৰ্ড গঢ়ি বিশ্ববাসিক হতচকিত কৰিলে অভিশেক শৰ্মাই, এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয়

মহাৰেকৰ্ড গঢ়ি বিশ্ববাসিক হতচকিত কৰিলে অভিশেক শৰ্মাই, এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয়

1 year ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

3 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহাৰেকৰ্ড গঢ়ি বিশ্ববাসিক হতচকিত কৰিলে অভিশেক শৰ্মাই, এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয়

editor by editor
May 20, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মহাৰেকৰ্ড গঢ়ি বিশ্ববাসিক হতচকিত কৰিলে অভিশেক শৰ্মাই, এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয়
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰেকৰ্ড গঢ়ি বিশ্ববাসিক হতচকিত কৰিলে অভিশেক শৰ্মাই, এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয়

এক মহাৰেকৰ্ডৰ গৰাকী হবলৈ সক্ষম হৈছে অভিশেক শৰ্মা। আই পি এল ২০২৫ৰ ৬১ সংখ্যক মেচত হায়দৰাবাদৰ অভিষেক শৰ্মাই পুনৰবাৰ লক্ষ্ণৌৰ বিৰুদ্ধে নিজৰ ইনিংছেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।

এই খেলখনত অভিষেকে মাত্ৰ ২০টা বলত ৫৯ ৰানৰ উজ্জ্বল ইনিংছ খেলিবলৈ সক্ষম হৈছে অভিষেকে। নিজৰ ইনিংছত অভিষেকে ৪টা চাৰি আৰু ৬টা ছয় কোবাই। অভিষেকৰ ইনিংছৰ ভিত্তিতেই হায়দৰাবাদে ৬ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয়।

বিস্ফোৰক ইনিংছৰ পাছত এতিয়া অভিষেক আই পি এলৰ ইতিহাসত ২০টাতকৈও কম বলত চাৰিটা অৰ্ধশতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।

অভিষেকৰ পূৰ্বে কোনো ভাৰতীয়ই IPL ত এনে কৃতিত্ব কৰা নাছিল। অভিষেক শৰ্মাই ২০২৪ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৬টা বলত, ২০২৪ ত ১৯টা বলত আৰু ২০২৫ চনত ১৮টা বলত লক্ষ্ণৌৰ বিৰুদ্ধে আৰু ২০২৫ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ১৯টা বলত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ বাহিৰেও অভিষেক শৰ্মাই ২০২৪ ৰ পৰা বৰ্তমানলৈ আই পি এলত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ পৰা এতিয়ালৈকে অভিষেকে আই পি এলত ২৭টা ইনিংছ খেলি মুঠ ৬৫টা ছয় কোবাইছে।

২০২৪ চনৰ পিছৰ পৰা বৰ্তমানলৈ আই পি এলত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় খেলুৱৈৰ তালিকা-
৬৫* – অভিষেক শৰ্মা (২৭ ইনিংছ)
৬০ – ৰিয়ান পৰাগ (২৭ ইনিংছ)
৬০ – বিৰাট কোহলী (২৬ ইনিংছ)
৪৫ – শিৱম ডুবে (২৬ ইনিংছ)
৪৫ – প্ৰভসীমৰণ সিং (২৩ ইনিংছ)
৪৪- সূৰ্য্যকুমাৰ যাদৱ (২৩ ইনিংছ)
৪৩ – ৰাজত পাটিদাৰ (২৩ ইনিংছ)
৪২ – যশস্বী জয়ছৱাল (২৮ ইনিংছ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek Sarmacricketipl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
বুধ সূৰ্য্য যুতি- ২৩ মে’ৰ পাৰ ৩ ৰাশিৰ জিলিকিব ভাগ্য

বুধ সূৰ্য্য যুতি- ২৩ মে'ৰ পাৰ ৩ ৰাশিৰ জিলিকিব ভাগ্য

৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু

৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.