• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু

৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু

12 months ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

53 minutes ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

1 hour ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

18 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

19 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

19 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

20 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

21 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

22 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

23 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু

editor by editor
May 20, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু
0
SHARES
906
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু

তামিল অভিনেতা বিশাল কৃষ্ণ ৰেড্ডীয়ে বিবাহৰ কথা ঘোষণা কৰিছে। ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে বিবাহৰ বাবে সন্মতি প্ৰকাশ কৰিছে। বিয়াৰ দিনো ঘোষণা কৰিছে বিশালে।

অভিনেতা বিশালৰ হব লগা পত্নী বিশালৰ তুলনাত ১২ বছৰ সৰু হোৱাৰ বাবে এই সন্দৰ্ভত বহু চৰ্চা চলিছে। অভিনেতাজনে ৩৫ বছৰীয়া অভিনেত্ৰী ছাই ধনশিকাৰ সৈতে বিবাহ বহিবলৈ ওলাইছে।

শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত ‘যোগী দা’ চিনেমাখনৰ সংবাদমেলৰ সময়ত দুয়োজনে আনুষ্ঠানিকভাৱে সম্পৰ্ক ঘোষণা কৰাৰ লগতে এই ভাল খবৰটো সকলোৰে সৈতে শ্বেয়াৰ কৰে।

ধনশিকাই কয় যে তেওঁলোকে যোৱা ১৫ বছৰ ধৰি চিনাকি, যদিও শেহতীয়াকৈ ডেটিং আৰম্ভ কৰিছে। লগতে বিয়াৰ তাৰিখ সন্দৰ্ভত কয় যে, অহা ২৯ আগষ্টত আমাৰ বিয়া।

এই বিবাহ সন্দৰ্ভত বিশালে নিজকে ধন্য বুলি কৈ কয়, ‘ভগৱানে সদায় সকলোতকৈ শ্ৰেষ্ঠ খিনি শেষত দিয়ে – আৰু মোৰ বাবে সেইটোৱেই হৈছে ধনশিকা।’

উল্লেখ্য যে ২৯ আগষ্টত বিয়াৰ কথা শ্বেয়াৰ কৰাৰ লগতে অভিনেতা বিশালে এই কথাও শ্বেয়াৰ কৰে যে, এই দিনটো আৰু এটা কাৰণত বিশেষ এই দিনটো ধনশিকাৰ জন্মদিন। যাৰ অৰ্থ নিজৰ জন্মদিনটোৱেই বিয়াৰো দিন হ’ব অভিনেত্ৰী ধনশিকাৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DhanShikaSouth Actor VishalVishal Krishna ReddyVishal marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!
জীৱনশৈলী

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

May 2, 2026
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?
জীৱনশৈলী

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

May 2, 2026
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত
জীৱনশৈলী

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

May 2, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

May 2, 2026
Next Post
বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম

বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম

হেৰা ফেৰী ৩ বিতৰ্ক: পৰেশ ৰাৱাললৈ ২৫ কোটি টকাৰ আইনী জাননী প্ৰেৰণ অক্ষয় কুমাৰৰ

হেৰা ফেৰী ৩ বিতৰ্ক: পৰেশ ৰাৱাললৈ ২৫ কোটি টকাৰ আইনী জাননী প্ৰেৰণ অক্ষয় কুমাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.