• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ

কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ

1 year ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

5 minutes ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

46 minutes ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

9 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

10 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

11 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

12 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

12 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

13 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

14 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

15 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

16 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ

editor by editor
May 22, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ

শ্ৰীনগৰলৈ যোৱা ইণ্ডিগ’ৰ বিমান এখনে বেয়া বতৰৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। কথমপি প্ৰাণৰক্ষা পৰে বিমান খনত থকা ২২৭ গৰাকী যাত্ৰীৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰা যাত্ৰী সকলৰ সকলোৰে এটাই মন্তব্য- “এয়া আছিল মৃত্যুৰ ওচৰৰ পৰা কোনোমতে উভতি অহা তথা মৃত্যু দেখি অহাৰ দৰে অভিজ্ঞতা।”

উল্লেখ্য যে, শ্ৰীনগৰ অভিমুখী বিমান এখনত আছিল ২২০ যাত্ৰী আৰু ৭ ক্ৰু মেম্বাৰ। এই যাত্ৰী সকলৰ ভিতৰত আছিল ৫জনীয়া তৃণমূলৰ প্ৰতিনিধি দল এটাও।

বুধবাৰে দিল্লীৰ পৰা শ্ৰীনগৰলৈ যোৱা ইণ্ডিগ’ৰ খন বেয়া বতৰৰ বাবে প্ৰতিকূল পৰিস্থিতিত আবদ্ধ হৈ পৰে যাৰ পিছত পাইলটে শ্ৰীনগৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণক ‘জৰুৰীকালীন অৱস্থা’ৰ খবৰ দিয়ে আৰু তাৰ পিছত নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে।

ছ’চিয়েল মিডিয়াত এই ভয়ংকৰ মুহূৰ্তৰ ভিডিঅ’ প্ৰকাশ পাইছে, মাজ আকাশতে প্ৰচণ্ড শিলাবৃষ্টিৰ মুখামুখি হয় বিমানখন। য’ত বিমানখন কঁপি থকাৰ সময়তে আতংকিত যাত্ৰীসকলে প্ৰাৰ্থনা কৰি তকা ভিডিঅ ভাইৰেল হৈছে।

এই ঘটনা সন্দৰ্ভত ইণ্ডিগ’ই এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি কয়, “দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগ’ৰ ৬ই ২১৪২ নং বিমানখনে হঠাতে শিলাবৃষ্টিৰ সন্মুখীন হয়। বিমান আৰু কেবিন ক্ৰুৱে প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰণ কৰি বিমানখন নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে। বিমানখন অহাৰ পিছত বিমানবন্দৰৰ দলটোৱে যাত্ৰীসকলৰ খা-খবৰ লয়।এই দুৰ্ঘটনাত বিমানখন সমুখৰ ফালে কিছু ক্ষতিগ্ৰস্ত হ’য়।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Airplane accidentIndigoIndigo Airline
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
Next Post
বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ'ব অপাৰেচন

অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.