• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

1 year ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

1 hour ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

3 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

3 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

3 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

4 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

4 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

5 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

5 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

6 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

7 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

8 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

editor by editor
May 26, 2025
in জীৱনশৈলী
0
মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম
0
SHARES
490
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া আৰু বিষন্নতা কিংবা অৱসাদক ৰজাৰ অসুখ বুলি কোনেও নকয়। কাৰণ দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু প্ৰতিযোগিতাৰ নিগনি দৌৰত মানসিক চাপ নিত্যসংগী হৈ পৰিছে সকলোৰে। এই চাপৰ পৰা মুক্তি পাবলৈ সৃজনশীল শখ বা হবি থেৰাপিৰ দৰে কাম কৰিব পাৰি। ছবি অঁকা, লেখাপঢ়া কৰা, গান বাজনা কৰা, বাগান কৰা বা যিকোনো ধৰণৰ হস্তশিল্পই মানসিক চাপৰ পৰা মুক্তি দিয়াত থেৰাপিৰ দৰে কাম কৰে। সৃজনশীল কামত মনোযোগ দিলে মস্তিষ্কৰ দৈনন্দিন উদ্বেগ কমে বা সাময়িক মুক্তি লাভ সম্ভৱ। ই এক মেডিটেছনৰ দৰে কাম কৰে আৰু মনক শান্ত আৰু স্থিতিশীল কৰাত সহায় কৰে।

সৃজনশীল চখৰ উপকাৰিতা কি কি?

মনোযোগ বৃদ্ধি

কোনো এক নিৰ্দিষ্ট সৃজনশীল কামত মনোনিৱেশ কৰিলে সেই কামে আমাৰ ফকাছ বৃদ্ধিত সহায় কৰে।

আত্মপ্ৰকাশৰ মাধ্যম

শিল্পকলাৰ মাধ্যমেৰে নিজৰ অনুভূতি আৰু ভাৱনা প্ৰকাশ কৰিব পাৰি, যিয়ে বহু সময়ত মানসিক ভাৰ লাঘৱ কৰে।

ষ্ট্ৰেছ হৰমন হ্ৰাস

গৱেষণাত দেখা গৈছে সৃজনশীল কামত যুক্ত থাকিলে কাৰ্টিছলৰ দৰে ষ্ট্ৰেছ হৰমনৰ মাত্ৰা কমে।

আত্মবিশ্বাস বৃদ্ধি

নতুন কিছু সৃষ্টি কৰাৰ আনন্দ আৰু নিজৰ দক্ষতাৰ ওপৰত আস্থা জন্মায় আৰু আত্মবিশ্বাস বঢ়ায়।

মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি

সৃজনশীলতাই মস্তিষ্কৰ বিভিন্ন অংশক উদ্দীপিত কৰে, যিয়ে স্মৃতিশক্তি আৰু সমস্যা সমাধানৰ ক্ষমতা বঢ়াব পাৰে।

কেনেকৈ আৰম্ভ কৰিব?

আপোনাৰ আগ্ৰহ অনুসৰি কোনো চখ আপুনি বাচি লব পাৰে। ছবি অঁকাৰ বাবে ৰং-তুলিকা, লিখামেলাৰ বাবে কাগত কলম, বাগান কৰাৰ বাবে সামান্য সৰঞ্জাম আদি। নিয়মিত কিছু সময় এই চখৰ পিছত ব্যয় কৰিলে তাৰ ইতিবাচক প্ৰভাৱ স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। মানসিক সুস্থতাৰ বাবে সৃজনশীল চখৰ গুৰুত্ব অপৰিসীম। ই কেৱল অৱসৰ কটোৱাৰ উপায়েই নহয়, বৰং মানসিক চাপমুক্ত আৰু আনন্দময় জীৱনযাপনৰ বাবেও এক কাৰ্যকৰী মাধ্যম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
Next Post
আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.