• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ

শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ

1 year ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

7 minutes ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

28 minutes ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

46 minutes ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

1 hour ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

2 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

2 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

2 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

3 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

4 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ

editor by editor
May 27, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ

আই পি এলত ইতিহাস সৃষ্টি কৰিছে সূৰ্যকুমাৰ যাদৱে। কালি ২৬ মে’ তাৰিখে অনুষ্ঠিত হোৱা পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত মুম্বাইৰ হৈ ১৭ ৰান সংগ্ৰহ কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে সূৰ্যকুমাৰে।

পঞ্জাৱৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে এই ছিজনত সূৰ্য্যকুমাৰে ৫৮৩ ৰান সংগ্ৰহ কৰিছিল আৰু ১৭ ৰান সংগ্ৰহ কৰাৰ পিছত ২০২৫ চনৰ আই পি এলত ৬০০ ৰানৰ সীমা স্পৰ্শ কৰা তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

কেৱল সেয়াই নহয় সূৰ্যকুমাৰে শচীন তেণ্ডুলকাৰক এটা ছিজনত সৰ্বাধিক বাৰ ৬০০ ৰানৰ অধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত পিছ পেলাই আগবাঢ়ি গৈছে।

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি এটাতকৈ অধিক ছিজনত ৬০০ৰো অধিক ৰান সংগ্ৰহ কৰা আই পি এলৰ ইতিহাসত প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে সূৰ্য্যকুমাৰ। এতিয়ালৈকে সূৰ্য্যকুমাৰ আৰু শচীন টেণ্ডুলকাৰে মুম্বাইৰ হৈ খেলি থাকোঁতে আই পি এলৰ এটা ছিজনত ৬০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।

সূৰ্যকুমাৰ যাদৱে শচীন তেণ্ডুলকাৰৰ ১৫ বছৰীয়া অভিলেখ ভংগ কৰিছে। শচীনে ২০১০ চনৰ আই পি এলত ৬১৮ ৰান সংগ্ৰহ কৰিছিল। তাৰ পিছত আই পি এলৰ অৱসৰ নোলোৱালৈকে কোনো ছিজনতে ৬০০ ৰানৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে। আনহাতে, সূৰ্য্যৰ কথা ক’বলৈ গ’লে ২০২৩ চনৰ আই পি এলত ৬০৫ ৰান সংগ্ৰহ কৰিছিল আৰু আই পি এল ২০২৫ত তেওঁ পুনৰ এই কৃতিত্ব অৰ্জন কৰিছে।

সৰ্বাধিক ৰান সংগ্ৰহৰ তালিকা-
সূৰ্য্যকুমাৰ যাদৱ – ৬১৯+ ৰান (আই পি এল ২০২৫)
শচীন টেণ্ডুলকাৰ – ৬১৮ ৰান (আই পি এল ২০১০)
সূৰ্য্যকুমাৰ যাদৱ – ৬০৫ ৰান (আই পি এল ২০২৩)
শচীন টেণ্ডুলকাৰ – ৫৫৩ ৰান (আই পি এল ২০১১)
লেণ্ডল ছিমনছ – ৫৪০ ৰান (আই পি এল ২০১৫)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplIpl recordSachin Tendular Surya Kumar Yadav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
Next Post
হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ

হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ

দেশত আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

দেশত আকৌ বাঢ়িছে কৰ'নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.