• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

8 months ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

20 minutes ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

59 minutes ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

2 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

4 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

22 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

24 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

editor by editor
May 30, 2025
in বিশ্ব, ভাৰত
0
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

পাঞ্জাৱৰ চণ্ডীগড়ত থকা এটা ফটকা কাৰখানাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ। যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই পাঁচজন লোকে। আনহাতে প্ৰায় ৩৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

আহতসকলক ভাটিণ্ডা এইমছলৈ প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে এই বিস্ফোৰণত কাৰখানাটোৰ দুটা মহলা এক মুহূৰ্তৰ ভিতৰতে ধ্বংসাৱশেষলৈ পৰিণত হয়। নিশা প্ৰায় ১২:৩০ মান বজাত কাৰখানাটোৰ ফটকা নিৰ্মাণ ইউনিটত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, কাৰখানাটোত ফটকা নিৰ্মাণৰ কাম উত্তৰ প্ৰদেশৰ হাথৰাছ নিবাসী ঠিকাদাৰ ৰাজ কুমাৰৰ অধীনত আছিল। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে ঠিকাদাৰজন।

কাৰখানাটোৰ পেকিং ইউনিটত কাম কৰা প্ৰব্ৰজিত শ্ৰমিকৰ মতে, তাত প্ৰায় ৪০ জন কৰ্মচাৰীয়ে দুটা শ্বিফটত কাম কৰিছিল, ইয়াৰে কিছুমানে পৰিয়ালৰ সৈতে বাস কৰিছিল। জানিব পৰা মতে, অধিকাংশ কৰ্মচাৰী উত্তৰ প্ৰদেশ আৰু বিহাৰৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Crackers Factory BlastFire Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

January 15, 2026
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
Next Post
এটা কুকুৰ হৈ পৰিল অফিচৰ বছ, পদৰ নাম CHO, ছ’চিয়েল মিডিয়াত আলোড়ন

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন