• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

1 year ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

22 minutes ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

34 minutes ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

1 hour ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

1 hour ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

2 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

4 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

5 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

6 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

7 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

7 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

editor by editor
June 5, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বা এম আৰ সকললৈ ডাঙৰ ধাক্কা৷ সমগ্ৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা সমস্ত হাস্পতালত মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ ডাইৰেক্টৰ জেনেৰেল অফ হেলথ ছাৰ্ভিচেছে এই নিৰ্দেশিকা জাৰি কৰিছে৷
এইমছসহ কেন্দ্ৰীয় চৰকাৰ পৰিচালিত সমস্ত হাস্পতালত এই নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ এম আৰসকলৰ বাবে কোনোধৰণে যাতে হাস্পতালৰ ৰোগীৰ চিকিৎসা অথৱা হাস্পতালৰ স্বাভাৱিক কাম ব্যাহত নহয় সেয়া নিশ্চিত কৰাৰ বাবে হাস্পতাল কৰ্তৃপক্ষসকলক নিৰ্দেশ দিয়া হৈছে৷
নিৰ্দেশনাত জনোৱা হৈছে যে চৰকাৰী হাস্পতালৰ চিকিৎসকসকলক কোনো ঔষধ বা চিকিৎসা পদ্ধতি সম্পৰ্কে জনাবলগীয়া থাকিলে ই মেইল অথৱা অন্যান্য ডিজিটেল মাধ্যমৰ সহায় লব পাৰে মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলে৷ এম আৰৰ বিৰুদ্ধে ৰোগীৰ অভিযোগ নতুন কথা নহয়৷ দীৰ্ঘদিন ধৰি এই অভিযোগ আছিল যে এম আৰসকলক সময় দিবলৈ গৈ হাস্পতালৰ বহিৰ্বিভাগসমূহত ৰোগীসকলক কম সময় দিয়ে চিকিৎসকে স্বাস্থ্য পৰিসেৱাক লৈ কাম কৰা একাধিক সংগঠনৰ অভিযোগ আছিল যে চিকিৎসকসকলক প্ৰভাৱিত কৰাৰ বাবে দামী উপহাৰ, বিদেশ যাত্ৰাৰ দৰে একাধিক টোপ দিয়ে এম আৰসকলে৷ ইয়াৰ ফলত এফালে ৰোগীৰ চিকিৎসাৰ সময়ত চিকিৎসকৰ সিদ্ধান্তগ্ৰহণত প্ৰভাৱিত হোৱাৰ আশংকা থাকে৷ চিকিৎসকলে দামী উপহাৰ, বিদেশ যাত্ৰাৰ খৰচৰ দাম উঠাবলৈকে ঔষধৰ মূল্য অস্বাভাৱিক হাৰত বঢ়াই দিয়া হয় বুলি অভিযোগ উঠি আহিছে৷
স্বাস্থ্য মন্ত্ৰণালয়ৰ এগৰাকী কৰ্তাই কয়, সকলোৱে জানে যে এম আৰসকলে চিকিৎসকক ঔষধ সম্পৰ্কে জাননি দিবলৈ আহে তেনে নহয়৷ বৰং তেওঁলোকক চাপো দিয়ে৷ ইণ্ডিয়ান মেডিকেল এছচিয়েছনৰ প্ৰাক্তন জাতীয় সম্পাদক বিনয় অগ্ৰবালৰ দৰে এম আৰৰ চৰকাৰী হাস্পতালত প্ৰৱেশ সম্পূৰ্ণ বন্ধ নকৰি নিয়ন্ত্ৰণ কৰা উচিত৷ কোনো এম আৰে যদি ঔষধ বিক্ৰিৰ বাবে চিকিৎসকসকলক উপহাৰ দিয়া বা অন্য কোনো ধৰণৰ অসাধু উপায় অৱলম্বন কৰিবলৈ গৈ ধৰা পৰে তেওঁলোকৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.