• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জুলাইৰ পৰা বাঢ়িব ট্ৰেইনৰ ভাড়া! জানি থওক কিমান বাঢ়িব ভাড়া

১ জুলাইৰ পৰা বাঢ়িব ট্ৰেইনৰ ভাড়া! জানি থওক কিমান বাঢ়িব ভাড়া

1 year ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

24 minutes ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

56 minutes ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

1 hour ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

2 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

17 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

17 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

18 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

19 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

19 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

21 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ জুলাইৰ পৰা বাঢ়িব ট্ৰেইনৰ ভাড়া! জানি থওক কিমান বাঢ়িব ভাড়া

১ জুলাইৰ পৰা বাঢ়িব ট্ৰেইনৰ ভাড়া! জানি থওক কিমান বাঢ়িব ভাড়া

editor by editor
June 24, 2025
in জীৱনশৈলী
0
১ জুলাইৰ পৰা বাঢ়িব ট্ৰেইনৰ ভাড়া! জানি থওক কিমান বাঢ়িব ভাড়া
0
SHARES
561
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আগন্তুক ১ জুলাইৰ পৰা মেইল আৰু এক্সপ্ৰেছ ট্ৰেইনৰ টিকটৰ দাম বাঢ়িব পাৰে৷ সূত্ৰ উদ্ধৃত কৰি সংবাদমাধ্যম দ্যা ইকনমিকছ টাইমছৰ প্ৰতিবেদনত এই তথ্য জনোৱা হৈছে৷ এই প্ৰতিবেদন অনুসৰি নন এছি কোচত প্ৰতি ১ কিঃমিঃ দূৰত্বৰ বাবে ১ পইছাকৈ ভাড়া বঢ়াই দিয়া হব৷ আৰু এ চি কোচৰ ক্ষেত্ৰত প্ৰতি এক কিঃমিঃ ভাড়া অংকটো দুপইছা হব পাৰে বুলি প্ৰতিবেদনত জনোৱা হৈছে৷

যদিও লোকেল ট্ৰেইনৰ ভাড়া বৃদ্ধি কৰা হৈছে নে নাই ৰিপৰ্টত জনোৱা হোনা নাই৷ সূত্ৰক উদ্ধৃত কৰি সেই ৰিপৰ্টত জনোৱা হৈছে যে লোকেল ট্ৰেইনৰ মাহিলী টিকটৰ ভাড়া বঢ়োৱা সন্দৰ্ভতো কোনো তথ্য প্ৰকাশ পোৱা নাই৷ অৰ্থাৎ জুলাই মাহৰ প্ৰথম দিনৰ পৰা নিত্যযাত্ৰীসকলৰ ওপৰত চাপ নপৰিব পাৰে৷ দ্বিতীয় শ্ৰেণীত যাতায়াত কৰা যাত্ৰীসকলৰহে ভাড়া বৃদ্ধি পাব বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে৷

যি যাত্ৰীয়ে ৫০০ কিঃমিঃ পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰাৰ বাবে দ্বিতীয় শ্ৰেণীত টিকট কাটিব তেওঁলোকৰ ক্ষেত্ৰত ভাড়া নাবাঢ়ে৷ তেওঁলোকে প্ৰতি কিঃমিঃ অতিৰিক্ত হাফ পইছাহে ভৰিব লাগিব৷ বিষয়টোক লৈ ভাৰতীয় ৰে’লৰ তৰফৰ ভাৰতীয় ৰেলৰ তৰফৰ পৰা চৰকাৰীভাৱে জনোৱা হোৱা নাই৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

June 24, 2026
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

June 24, 2026
Next Post
আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে

আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে

৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.