• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ

কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ

1 year ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

8 minutes ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

28 minutes ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

1 hour ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

2 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

3 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

3 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

4 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

16 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

17 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

17 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

18 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ

কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ

editor by editor
July 4, 2025
in জীৱনশৈলী, বিশ্ব, লেখা
0
কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ
0
SHARES
927
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যক্ষৰ ৰজা কুবেৱ দেৱৰ প্ৰিয় কিছু ৰাশি আছে৷ যি তেওঁৰ খুবেই প্ৰিয় যাৰ ওপৰত তেওঁৰ কৃপা সকলোৱে জীৱনত বৰ্ষিত হয়৷ যাৰ কাৰণে এই চাৰিটা ভাগ্যবান ৰাশিৰ জাতকে সকলো দিশৰ পৰাই সাফল্য পায় আৰু ধনী হয়৷ জানি থওক সেই ভাগ্যবান ৰাশিসমূহ কি কি?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকা সম্পদৰ দেৱতা কুবেৰৰ আশীৰ্বাদপ্ৰাপ্ত৷ কুবেৰ দেৱে বৃষ ৰাশিক ভালপায় আৰু বৃষ ৰাশিৰ জাতক জাতিকাই কেতিয়াও অৰ্থৰ অভাৱ অনুভৱ নকৰে৷ এই ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰত সফল হয়৷ তেওঁলোকে সকলো প্ৰকাৰৰ বস্তুগত সুখ লাভ কৰে৷

কৰ্কট ৰাশি

কৰ্কট কুবেৰ দেৱৰ প্ৰিয় ৰাশি৷ এই ৰাশিৰ জাতক জাতিকাই কুবেৰ দেৱৰ কৃপাত সম্পদ আৰু সমৃদ্ধি লাভ কৰে৷ এই জাতক জাতিকাই তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আৱেগপ্ৰৱণ হয় আৰু তেওঁলোকৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় কৰে৷ এই ৰাশিৰ জাতক জাতিকাই সমাজত প্ৰচুৰ সন্মান পায়৷

তুলা ৰাশি

তুলা ৰাশিক কুবেৰ দেৱৰ প্ৰিয় ৰাশি হিচাপেও বিবেচনা কৰা হয়৷ তুলা ৰাশিৰ জাতক জাতিকাই সৰ্বদা কুবেৰ দেৱৰ আশীৰ্বাদ পায়৷ যাৰ কাৰণে এই জাতক জাতিকাই তেওঁলোকৰ জীৱন ষ্টাইলিছভাৱে কটায়৷ এই ৰাশিৰ জাতকে যি কামেই নকৰক কিয় সেই কামতেই সফলতা লাভ কৰে৷

ধনু ৰাশি

ধনু কুবেৰ দেৱৰ প্ৰিয় ৰাশিসমূহৰ মাজত অন্যতম৷ কুবেৰ দেৱে এই ৰাশিৰ জাতকৰ ওপৰত তেওঁৰ বিশেষ কৃপা ৰাখে৷ এই ৰাশিৰ জাতক জাতিকা অত্যন্ত পৰিশ্ৰমী হয়, যাৰ প্ৰতিদান তেওঁলোকে সম্পদৰ আকাৰে পায়৷ এই ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ সম্পূৰ্ণ জীৱন প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সম্পদ উপাৰ্জন কৰে৷ এই ৰাশিৰ জাতক জাতিকা সৎ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
Next Post
জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.