• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও, ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ

গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও, ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ

8 months ago
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

3 minutes ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

28 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

51 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

1 hour ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

4 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

5 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

6 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও, ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ

গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও! ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ

editor by editor
August 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও, ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গণৰিয়া খুবেই ভয়ংকৰ এক ৰোগ৷ ই এনে এটা ৰোগ যি দ্ৰুত চিকিৎসা নকৰিলে গুৰুতৰ জটিলতা সৃষ্টি কৰিব পাৰে আৰু ই পুৰুষ আৰু মহিলা উভয়ৰ ক্ষেত্ৰতেই বন্ধ্যাত্বৰ কাৰণ হব পাৰে৷ কিন্তু গণৰিয়া মাৰণৰোগ নহয় গতিকে বিশেষ চিন্তা নকৰি আপুনি নিৰাপদ আৰু সুস্থনে সেয়া জনাৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷
গণৰিয়া এক যৌনবাহিত সংক্ৰমণ যি চিকিৎসা নকৰিলে দীৰ্ঘম্যাদী ৰোগ হৈ পৰিব পাৰে৷ সহজ কথাত গণৰিয়া এক বেক্টেৰিয়াজনিত সংক্ৰমণ যি অসুৰক্ষিত যৌনমিলন বা সংক্ৰমিত ব্যক্তিৰ সৈতে অন্য সুস্থ ব্যক্তিৰ ঘনিষ্ঠ যোগাযোগৰ মাধ্যমেৰে এই ৰোগ বিয়পি পৰে৷ ই পুৰুষ আৰু মহিলা উভয়ৰে হব পাৰে৷ বেছিভাগ ব্যক্তিৰেই প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা বা যৌনাংগৰ কাষত খজুৱতি আদি সমস্যাৰ সৃষ্টি কৰে৷ বহুতৰে যৌনাংগৰ কাষত ফুলি যোৱা আৰু খজুৱতি হোৱা সমস্যাও হব পাৰে৷ ইংলেণ্ডত মহামাৰীৰ ৰূপত বৃদ্ধি পাইছে গণৰিয়াত আক্ৰান্তৰ সংখ্যা৷ বিগত মঙলবাৰৰ পৰা ইংলেণ্ডত যৌনৰোগত টিকা দিয়াৰো ব্যৱস্থা আৰম্ভ হৈছে৷
মনত ৰখা প্ৰয়োজন যে গণৰিয়া উপসৰ্গবিহীনো হব পাৰে৷ অৰ্থাৎ আপোনাৰ কোনো লক্ষণ নাথাকিবও পাৰে৷ সেই কাৰণেই যিসকলে অসুৰক্ষিত যৌন মিলন কৰিছে বা অন্য কোনো ধৰণৰ ঘনিষ্ঠ যোগাযোগ কৰিছে তেতিয়া তেওঁলোকে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো জৰুৰী৷ গণৰিয়াৰ প্ৰাথমিক লক্ষণ কি কি?

যন্ত্ৰণাদায়ক প্ৰস্ৰাৱ

গণৰিয়াৰ প্ৰধান লক্ষণ হৈছে প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা৷ জ্বলাপোৰা বা তীব্ৰতৰ ভাৱে বিষ অনুভৱ কৰা৷ ইয়াৰ সৈতে প্ৰস্ৰাৱৰ পৰিমাণ বেছি হোৱা আৰু ঘনাই প্ৰস্ৰাৱ লগা৷ ইয়াৰ সৈতে মূত্ৰনলীৰ পৰা পুঁজৰ দৰে স্ৰাৱ বাহিৰ হোৱা৷

অস্বাভাৱিক যোনি স্ৰাৱ

মহিলাৰ ক্ষেত্ৰত এই সমস্যা হয়৷ প্ৰায়েই যোনি স্ৰাৱ হৈ থকা আৰু হালধীয়া বা সেউজীয়া ৰঙৰ যোনিস্ৰাৱ হোৱা যি খুবেই গোন্ধযুক্ত হব পাৰে৷ অন্যান্য লক্ষণসমূহৰৰ ভিতৰত আছে যোনিৰ চাৰিওকাষে খজুৱতি বা জ্বলাপোৰা কৰা৷ যৌন মিলন বেদনাদায়ক হোৱাটোও এক লক্ষণ হব পাৰে৷

প্ৰজনন অংগত প্ৰদান

পুৰুষৰ ক্ষেত্ৰত গণৰিয়াৰ কাৰণে এপিডিডাইমিছ প্ৰদাহ হব পাৰে যি অণ্ডকোষৰ পিছফালে থাকে৷ লক্ষণসমূহৰ মাজত আচে ফোলাভাৱ আৰু কোমলতা, ইয়াৰোপৰি বীৰ্যপাতৰ সময়ত বিষ অনুভৱ কৰা৷ পুৰুষৰ লিংগৰ অগ্ৰভাগ বা মলদ্বাৰৰ পৰা বগা বা হালধীয়া স্ৰাৱো ওলাব পাৰে৷
মহিলাৰ ক্ষেত্ৰত গণৰিয়াৰ ফলত পেলভিক ইনফ্লেমেটৰি ডিজিজ হব পাৰে যি জৰায়ু, ফেলোপিয়ান টিউব আৰু অন্যান্য প্ৰজনন অংগৰ নেইছেৰিয়া গণৰিয়াৰ দৰে বেকটেৰিয়াৰ সংক্ৰমণৰ কাৰণে হয়৷ PIDৰ ফলত পেটৰ বিষ, জ্বৰ ইয়াৰোপৰি মাহেকীয়াৰ সময়ত অস্বাভাৱিক ৰক্তপাত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি
জীৱনশৈলী

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

April 7, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
Next Post
সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.