কাইলৈ ১৩ আগষ্ট ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধৃতি যোগ আৰু ধন যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ দিনটো ধৃতি যোগৰ প্ৰভাৱত শুভ ফলদায়ী হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ মনত ভৰপুৰ আনন্দ থাকিব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে কৰ্মসূত্ৰে কৰোবালৈ ভ্ৰমণলৈ যাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷
কৰ্কট ৰাশি
কাইলৈ গণপতিৰ আশীৰ্বাদত ভাল কিছু ঘটনা ঘটিব কৰ্কট ৰাশিৰ জীৱনত৷ কোনো সামাজিক অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰৰ পৰা বিশেষভাৱে সন্মানিত হব পাৰে৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ কাইলৈ কৰ্কট ৰাশিৰ জাতকে মনত শান্তি পাব৷
সিংহ ৰাশি
তুলা ৰাশি
মকৰ ৰাশি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















