• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

1 year ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

36 minutes ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

1 hour ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

3 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

3 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

3 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

4 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

4 hours ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

5 hours ago
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

6 hours ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

6 hours ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

7 hours ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

editor by editor
August 25, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে জনাইছে যে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে মোবাইল নম্বৰ আৰু আধাৰ লিংক কৰিব লাগিব৷ এই তথ্য আপডেট কৰিবৰ বাবে সকলোৰে মোবাইল নম্বৰত বিশেষ এছ এম এছো পঠিওৱা হৈছে৷ ইয়াৰবাবে ড্ৰাইভিং লাইছেন্সধাৰীসকলে parivahan.gov.in ছাইটত গৈ এই কাম কৰিব লাগিব৷ এই সিদ্ধান্ত লোৱাৰ উদ্দেশ্যই হৈছে কোনো সমস্যা অবিহনেই যাতে ড্ৰাইভাৰসকলে সকলো চৰকাৰী সুবিধা লাভ কৰিব পাৰে৷ চৰকাৰৰ মত সাধাৰণ মানুহে তেওঁলোকৰ বাহনৰ সৈতে এতিয়া এটা মোবাইল নম্বৰো এড কৰিব লাগিব৷ ইয়াৰোপৰি আধাৰ অথেণ্টিকেটেড হব লাগিব৷

বাহনৰ সৈতে কেনেকৈ মোবাইল নম্বৰ লিংক কৰিব

  • মোবাইল নম্বৰ লিংক কৰিবলৈ আপুনি  parivahan.gov.in চাইটত ক্লিক কৰিব লাগিব৷
  • ক্লিক কৰোতেই আপুনি তাত Update Mobile Number আৰু Aadhaar অপশ্ব্যন পাব৷
  • আপোনাক তাতেই ড্ৰাইভিং লাইছেন্স ডিটেইলছ বিচৰা হব৷ লগতে বাহনৰ ৰেজিষ্ট্ৰেচন নম্বৰ, চালকৰ জন্মতাৰিখ আৰু বাহনৰ ছেচিচ নম্বৰ৷
  • আধাৰ নম্বৰ দিলে ফোনত অটিপি আহিব আৰু সেই অটিপি দিয়াৰ পাছতেই ফোন নম্বৰ আপডেট হব৷

ড্ৰাইভিং লাইছেন্সত কেনেকৈ মোবাইল নম্বৰ আপডেট কৰিব?

  • এই আপডেটৰ ক্ষেত্ৰতো আপুনি প্ৰথমে parivahan.gov.in ত গৈ ক্লেন কৰিব লাগিব সাৰথি কিউ আৰ কোডত৷
  • ড্ৰাইভিং লাইচেন্সৰ ডিটেইল তাত দিব লাগিব৷
  • জন্ম তাৰিখ, ৰাজ্যৰ নাম লিখাৰ পাছতেই কেপছা কোডো আহিব৷
  • আপডেটত ক্লিক কৰি ছাবমিট বাটনত ক্লিক কৰিব লাগিব৷

এনেকৈয়ে আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ সৈতে ফোন নম্বৰ আৰু আধাৰ লিংক হৈ যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি
জীৱনশৈলী

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

October 25, 2026
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!
জীৱনশৈলী

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

October 25, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
Next Post
কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.