• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ

6 months ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

10 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

2 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

3 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

4 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

4 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

5 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

6 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

6 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

8 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ

editor by editor
September 10, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ ছেপ্টেম্বৰ ২০২৫ বুধবাৰে চন্দ্ৰই মীন ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ ভাদৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধ্ৰুৱ যোগ আৰু ব্যাঘাত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্বিনী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো অত্যন্ত শুভ হব৷ আৰ্থিকভাৱে ভাল অৱস্থানত থাকিব আৰু বিনিয়োগ কৰাৰো ভাল সুযোগ পাব৷ নিজকে ব্যস্ত ছিডিউলৰ মাজত ৰাখিও আপুনি প্ৰেম জীৱনৰ বাবে সময় ওলিয়াব পাৰিব৷ ব্যৱসায়ীয়ে কাইলৈ ভাল মুনাফা লাভৰ সুযোগ পাব৷

মিথুন ৰাশি

কাইলৈ মঙ্গলময় দিন কটাব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ জীৱনত সকলো ক্ষেত্ৰতে সাফল্য লাভ কৰিব পাৰে৷ পাৰিবাৰিক সম্পত্তি বৃদ্ধি কৰাৰ সুযোগ পাব৷ কাইলৈ নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ সমাজত মান সন্মান বৃদ্ধি পাব৷

তুলা ৰাশি

কাইলৈ সুখৰ সময় কটাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ বিলাসবহুল দিন কটাব পাৰে৷ নতুন সম্পত্তি বা বাহন কিনিব পাৰে৷ অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে কাইলৈ দিনটো শুভ৷ চাকৰি, প্ৰমোছন বা ভ্ৰমণৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

মকৰ ৰাশি

কাইলৈ ১১ ছেপ্টেম্বৰ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত বৃহৎ সাফল্য পাব মকৰ ৰাশিৰ জাতকে৷ বিষ্ণুৰ কৃপাত কাইলৈ আপোনাৰ মনৰ কোনো অপূৰ্ণ ইচ্ছাও পূৰণ হব পাৰে৷ পাবলগীয়া ধন লাভ কৰিব৷ ঘৰলৈ বিশেষ অতিথিৰ আগমন হব পাৰে৷ ই.আৰ ফলত ঘৰত আনন্দৰ পৰিবেশ থাকিব৷

মীন ৰাশি

কাইলৈ ধ্ৰুৱ যোগৰ প্ৰভাৱত আপোনাৰ মনত পজিটিভ চিন্তাভাৱনাই কাম কৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব মীন ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ সকলো প্ৰয়োজন আপুনি পূৰণ কৰিব পাৰিব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ ব্যৱসায়িক যাত্ৰা আপোনাৰ বাবে লাভজনক হব৷ কেৰিয়াৰত উন্নতি হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

March 22, 2026
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
Next Post
২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত

২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত

মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.