• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তোমাক হেৰুৱাই পাথৰ হিয়া… জুবিনে নিজে ৰোৱা ৰঙা চন্দনৰ ডালো দিয়া হ’ল জুবিনৰ চিতাত

তোমাক হেৰুৱাই পাথৰ হিয়া… জুবিনে নিজে ৰোৱা ৰঙা চন্দনৰ ডালো দিয়া হ’ল জুবিনৰ চিতাত

10 months ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

17 minutes ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

58 minutes ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

2 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

2 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

3 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

5 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

6 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

6 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

7 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

7 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

8 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তোমাক হেৰুৱাই পাথৰ হিয়া… জুবিনে নিজে ৰোৱা ৰঙা চন্দনৰ ডালো দিয়া হ’ল জুবিনৰ চিতাত

তোমাক হেৰুৱাই পাথৰ হিয়া... জুবিনে নিজে ৰোৱা ৰঙা চন্দনৰ ডালো দিয়া হ’ল জুবিনৰ চিতাত

editor by editor
September 23, 2025
in জীৱনশৈলী
0
তোমাক হেৰুৱাই পাথৰ হিয়া… জুবিনে নিজে ৰোৱা ৰঙা চন্দনৰ ডালো দিয়া হ’ল জুবিনৰ চিতাত
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি প্ৰত্যেকটো দিনেই মৃত্যুৰ দিশেৰেই এখোজকৈ আগুৱাই দিও৷ সেই কথা জুবিনেও জানিছিল, বুজিছিল৷ তেওঁ হাঁহি হাঁহি খুহুটিয়া কথাৰে তাৰ ইংগিতো বহুবাৰ দিছিল৷ জুবিনে প্ৰকৃতি ভালপাইছিল৷ জুবিনে ভালপাইছিল গছ৷ সকলোকে যেতিয়াই পাৰে তেতিয়াই আহ্বান জনাইছিল, গছ ৰোৱক৷ জুবিনে কৈছিল দুখ লাগিলে মই গছক সাবটি ধৰো৷ গছে কথা কয়, গছে প্ৰেম দিয়ে৷

জুবিনে ২০১৭ চনত কলাক্ষেত্ৰতো ৰুইছিল এজোপা চন্দন গছ৷ আজি জুবিনক তেওঁ নিজে ৰোৱা গছৰ এডাল ডাল কাটি চিতাত দিয়া হৈছে৷ জুবিনে ভালপাইছিল নাহৰ গছ৷ কোনোবা অনুৰাগীয়ে সেয়ে হয়তো জুবিনলৈ গামোছাত বান্ধি আনিছে নাহৰৰ পাত৷ জুবিনে এই মৃত্যুমুখী যাত্ৰাৰ অনুশীলন যেন খুবেই পৰিকল্পিতভাৱেই কৰি গৈছে৷ তেওঁ জীৱিত কালত কৈ যোৱা মৃত্যুৰ পিছত কি কি হ’ব সকলোখিনি কথাই আজি ফলিয়াইছে৷

জুবিনে কৈছিল- মোৰ বহু সন্তান আছে, চম্ভালিবলৈ বৰ দিগদাৰ৷ ঠিকেই আজি জুবিনৰ সন্তানসকলে হিয়া ঢাকুৰিয়াই কান্দিছে৷ চম্ভালিব কোনে? প্ৰতিটো মুহূৰ্তই যেন একো একোটা সংযোগ! পুৱা হ’লেই যিটো ঠাইত গৈ পুৰী-চব্জি খাই ভাল পাইছিল আজি অন্তিমবাৰৰ বাবে পুনৰ সেই ঠাইডোখৰেই যেন তেওঁক টানি লৈ গ’ল। সময়ো ঠিক একেই। ষ্টুডিঅ’ অথবা অনুষ্ঠান সমাপ্ত কৰাৰ পাছত পুৱতি নিশা প্ৰায়েই GMCHৰ এই স্থানতেই প্ৰায়েই পুৰী-চব্জি খাইছিল জুবিনে। কিন্তু আজি আনদিনাৰ দৰে হাঁহি-মাতি অথবা লগ বন্ধুৰ লগত নহয় নিথৰ, চিৰনিদ্ৰাত কফিনৰ ভিতৰত এম্বুলেন্সত আৱদ্ধ হৈ ৩.৩০ বজাত শেষবাৰৰ বাবে আহিল জুবিন। পঞ্চভূতত বিলীন হোৱাৰ পূৰ্বে জুবিনৰ এই ঠাইত যেন শেষৰটো ইচ্ছা পূৰণ হ’ল! যোৱাকালিলৈকে কোনেও ভবা নাছিল জুবিনৰ প’ষ্টমৰ্টেমৰ কথা। জুবিনে যেন আজিও সজীৱ হৈ অকায়িকভাৱে নিজৰ ইচ্ছা পূৰণ কৰোৱাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
Next Post
মানুহৰে মনবোৰো তই কিয় নিচিনিলি, ফুলনিৰ কাঁইটকে যে ফুল বুলি ভাবিলি…জুবিনৰ প্ৰত্যেকটো গীতেই যেন কৈ গৈছে জুবিনৰ জীৱন পৰিক্ৰমাৰ কথা

মানুহৰে মনবোৰো তই কিয় নিচিনিলি, ফুলনিৰ কাঁইটকে যে ফুল বুলি ভাবিলি...জুবিনৰ প্ৰত্যেকটো গীতেই যেন কৈ গৈছে জুবিনৰ জীৱন পৰিক্ৰমাৰ কথা

মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই, মই মুক্ত…জুবিন গাৰ্গক মুখাগ্নি কৰা অৰুণ গাৰ্গ এজন আদিবাসী চাহ জনগোষ্ঠীয় ল’ৰা

মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই, মই মুক্ত...জুবিন গাৰ্গক মুখাগ্নি কৰা অৰুণ গাৰ্গ এজন আদিবাসী চাহ জনগোষ্ঠীয় ল’ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.