• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

11 months ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

4 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

13 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

13 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

14 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

14 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

15 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

15 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

16 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

17 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

17 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

editor by editor
October 10, 2025
in জীৱনশৈলী
0
ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৮ অক্টোবৰত পালিত হ’ব ধনতেৰছ৷ কালীপূজাৰ দুদিন পূৰ্বে ধনতেৰছ পালিত হয়৷ কোনোবাই কিবা ক্ৰয় কৰাৰ বাবে এই দিনটো শুভ৷ ধনতেৰছত সোণ-ৰূপ ক্ৰয় কৰিলে ঘৰলৈ লক্ষ্মী আহিব বুলি ধাৰণা কৰা হয়৷ জ্যোতিষ অনুসৰি এই বছৰ ধনতেৰছত বিপুল অৰ্থলাভৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে?

এইবছৰ ধনতেৰছত অত্যন্ত শুভ যোগ থাকিব৷ ব্ৰহ্মা যোগ আৰু অত্যন্ত বিৰল শিৱবাস যোগ থাকিব ধনতেৰছ বা ধন ত্ৰয়োদশী তিথিত৷ জানি লওক এই সকলো শুভ যোগৰ প্ৰভাৱত ধন তেৰছত লক্ষ্মীলাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

ধনতেৰছত অৰ্থলাভ মেষ ৰাশিৰ জাতকৰ

এই বছৰ ধনতেৰছত চকুত লগা উন্নতি কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ আৰ্থিক অৱস্থা মজবুত হব৷ পূৰ্বে পাবলগীয়া টকা উদ্ধাৰ কৰিব পাৰিব৷ নতুন চাকৰি লাভৰ যোগ আছে৷ হঠাৎ কিছু অৰ্থলাভ কৰাৰ যোগ আছে৷

ধনতেৰছত অৰ্থলাভ কন্যা ৰাশিৰ জাতকৰ

কন্যা ৰাশিৰ ব্যৱসায়ীয়ে ধনতেৰছত বিপুল অৰ্থলাভ কৰিব পাৰে৷ চাকৰিত পদোন্নতি হোৱাৰ যোগ আছে৷ যিসকলে এতিয়াও চাকৰি পোৱা নাই তেওঁলোকলৈ নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ মনত শান্তি থাকিব৷ এই সময়ত আনন্দ কৰি কটাব পাৰিব আপুনি৷

ধনতেৰছত অৰ্থলাভ তুলা ৰাশিৰ জাতকৰ

এই বছৰ ধনতেৰছত ভাগ্য খুলিব তুলা ৰাশিৰ জাতকৰ৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ত মুনাফা লাভৰ যোগ আছে৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷ অৰ্থ উপাৰ্জনৰ বাবে কৰা চেষ্টা ফলপ্ৰসূ হব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷

ধনতেৰছত অৰ্থলাভ ধনু ৰাশিৰ জাতকৰ

ধনতেৰছত শুভ যোগত লাভৱান হ’ব ধনু ৰাশিৰ জাতকৰ৷ সম্পত্তি লাভৰ পথ আপোনাৰ সন্মুখত খুলিব৷ কেইবাগুণ বেছি ৰোজগাৰ কৰিব পাৰিব৷ পুৰণি বিনিয়োগৰ পৰা লাভৱান হব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব৷ জীৱনত সুখ আৰু প্ৰতিপত্তি বৰ্তি থাকিব৷ আত্মবিশ্বাসেৰে তুংগত থাকিব ধনু ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.