• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী

ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী

10 months ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 minutes ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

12 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

13 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

13 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

14 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

14 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

14 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

15 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

15 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

15 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

16 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী

ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী

editor by editor
October 16, 2025
in জীৱনশৈলী
0
ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাক্সাত সংঘটিত পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি দিছে কেইবাটাও ডাঙৰ খবৰ৷ মুখ্যমন্ত্ৰীয়ে কয়-বৰ্তমানলৈকে এই ঘটনাত জড়িত সকলৰ চিনাক্তকৰণৰ ভিতৰত আছে, মুস্তাফা আহমেদ,  নুৰুল আলম, মহিদুল ইছলাম, শিৱজন আলি, ছহিদুল, ৰমিজ আলি, আছিক, হৰেকৃষ্ণ পাঠক আৰু আহেলা মিঞাকে ধৰি মুঠ ৯জনক চিনাক্ত কৰা হৈছে৷ ভিডিঅ ফুটেজৰ জৰিয়তে এই ঘটনাত জড়িত সকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে৷ কালিৰ ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই৷ দুজন আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকৰ এইমছত চিকিৎসা চলি আছে৷ তেওঁলোক এতিয়া প্ৰায় সুস্থ হোৱাৰ পথত৷

চাৰ্জশ্বিট দাখিলক লৈ মুখ্যমন্ত্ৰীয়ে কয়- নৱেম্বৰ মাহৰ ভিতৰতেই বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত SITয়ে চাৰ্জশ্বীট দাখিল কৰিব৷ সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে৷ ন্যায় আদালতে দিয়ে৷ কিন্তু ৰাইজে আদালতক সময় দিব বিচৰা নাই৷ মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ সৈতে আলোচনাত বহিব৷ আৰু ফাষ্টট্ৰেক আদালতো গঠন কৰা হ’ব পাৰে৷ আমি ক্ষীপ্ৰতাৰে এই কেচ সমাপ্ত কৰি জুবিনক ন্যায় দিয়াৰ চেষ্টা কৰিম৷ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ তদন্তক লৈ আমি কেবিনেটত আলোচনা কৰিছো৷

আৰক্ষীয়ে পোনতে লাঠিচালনা কৰিছিল নেকি? সেই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়- আৰক্ষীয়ে প্ৰথমে বাক্সাত লাঠিচাৰ্জ কৰা নাই৷ গুৱাহাটীৰ পৰা কয়দী লৈ যোৱা বাহনক আক্ৰমণ কৰিছিল তেতিয়া তাতেই এজন আৰক্ষীৰ জোৱান আহত হয়৷ তেতিয়া তাত আৰক্ষীৰ দল যোৱাই নাছিল৷ কনভয়হে গৈ আছিল৷ আৰক্ষী তাত কালভাৰ্টৰ তলত লুকাব লগা হৈছিল৷ চলন্ত বাহনত প্ৰথমে আক্ৰমণ কৰা হৈছিল৷ আৰক্ষীয়ে প্ৰথমে আক্ৰমণ কৰা নাছিল৷ পুলিছে গুলি খুলিলেই তদন্ত হয়, পুলিছৰ ওপৰতো তদন্ত হ’ব৷ তাত পৰ্যাপ্ত আৰক্ষী আমি দিয়া নাছিলো মানিছো৷ কিন্তু আমিনো কেনেকৈ জানিম যে তাত এনেকুৱা পৰিস্থিতি হ’ব৷ মাত্ৰ ৬০ গৰাকী আৰক্ষীহে তাত আছিল৷

বাক্সা জে’লত ৰাজআতিথ্য আছে নেকি সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- বাক্সা জে’লত বিচনাও নাই৷ তাৰ এয়াৰ কণ্ডিছন বাদেই ভালকৈ ইলেক্ট্ৰিছিটিও নাই৷ কলড্ৰিংকছো আৰক্ষীয়েহে খাইছিল, অভিযুক্তৰ কাৰণে নাছিল৷ জে’লৰ ভিতৰলৈ আপোনালোকক কেতিয়াবা আমি লৈ যাম চালেই গম পাব তাত এয়াৰ কণ্ডিচনাৰ দুৰ দুৰলৈকে নাই৷ জে’লত নিৰাপত্তা দিয়াৰ বাবে লৈ যোৱা হৈছে ৰাজআতিথ্য দিবলৈ নিয়া নাই৷ মই এতিয়া কাৰো ওপৰত কঠিন হ’ব খোজা নাই৷ সকলো জুবিনৰ অনুৰাগী, মিছা প্ৰচাৰ বিয়পাই থকাসকলক মই ধৰিব পাৰো৷ কিন্তু জুবিন অনুৰাগী বুলি একো কোৱা নাই৷ জে’ল ৰাজআতিথ্যৰ স্থান কেতিয়াও হ’ব নোৱাৰে৷ আমি জে’লহে বনাইছো হোটেল বনোৱা নাই৷ হোটেলক জে’ললৈ কনভাৰ্ট কৰা নাই৷ ৰঞ্জন দৈমাৰীক গেষ্ট হাউছত ৰখা হৈছিল, গতিকে সেইটোক ৰাজআতিথ্য ক’ব পাৰি৷ দীপাৱলি নাপাতিবলৈ সিদ্ধান্ত লৈছো, কিন্তু বৰদিন আৰু ঈদ পাতিব নাই মই চাম৷ কেৱল দীপাৱলি বন্ধ কৰিলে মই চাম৷ মই ৰৈ আছো৷

ৰাহুল গান্ধী অহাক লৈয়ো মন্তব্য মুখ্যমন্ত্ৰীৰ৷ ৰাহুল গান্ধীয়ে জুবিনৰ মৃত্যুৰ ২৮ দিনৰ পাছত আহিব৷ আহক আমি ভাল পাইছো৷ ভুপেন হাজৰিকাৰ ক্ষেত্ৰততো নাহিলেই৷ কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও ২৮ দিন পাছতেই  ঘূৰে৷ জুবিন গাৰ্গৰ ক্ষেত্ৰত ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো৷ কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
জাতপাতৰ অংক মূৰত ৰাখি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা

জাতপাতৰ অংক মূৰত ৰাখি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা

জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.