• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

7 months ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

49 minutes ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

2 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

3 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

4 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

4 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

5 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

6 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

6 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

8 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

9 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

editor by editor
December 8, 2025
in জীৱনশৈলী
0
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুসপ্তাহ পূৰ্বে আমাৰ মাজত পৰা চিৰবিদায় হৈছে ধৰ্মেন্দ্ৰই৷ তাৰপিছতেই সলনি হৈ পৰিছে হেমামালিনীৰ জীৱনো৷ খুবেই অকলশৰীয়া হৈ পৰিছে হেমামালিনী৷ ধৰ্মেন্দ্ৰৰ প্ৰয়াণৰ পাছত প্ৰথমটো জন্মদিনত ড্ৰিম গাৰ্ল হেমাৰ হৃদয়ভঙা পোষ্ট৷ এক্স হেণ্ডেলত মনৰ কথা উজাৰি লিখিছে ড্ৰিমগাৰ্লে৷ ৯০ বছৰীয়া জন্মদিনত ধৰ্মেন্দক মনত পেলাই কি কৈছে হেমাই?

হেমাই এক্স হেণ্ডেলত লিখিছে- ধৰমজী শুভ জন্মদিন৷ দুঃসপ্তাহৰ বেছি সময় হৈছে তুমি কায়িকভাৱে নাই৷ মোৰ হৃদয় ভাঙি চূৰমাৰ হৈ পৰিছে৷ ধীৰে ধীৰে হৃদয়ৰ টুকুৰাবোৰ বুটলি মোৰ জীৱনটোক নতুনকৈ গঢ়ি তোলাৰ চেষ্টা কৰিছো৷ জানো তুমি সকলো সময়তে মোৰ কাষত আছা৷ আমি একেলগে কটোৱা আনন্দময় সময়বোৰ কেতিয়াও মছি পেলাব নোৱাৰিম৷ সেই মুহূৰ্তসমূহেই মোক আনন্দৰ খোৰাক দি থাকিব৷ মই ভগৱানক ধন্যবাদ জনাও যে এনে সুন্দৰ বছৰসমূহ মোক দিলে৷ দুই কন্যাৰ বাবেই আমাৰ এই সম্পৰ্কৰ বান্ধোন আৰু অটুত হৈ থাকিব৷ সেইসমূহ সুখময় স্মৃতি সকলোসময়তে মোৰ হৃদয়ত থাকিব৷’

তেওঁ লগতে লিখিছে, ‘ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা মোৰ, তোমাক সুখ আৰু শান্তিৰে ৰাখক৷’ দীৰ্ঘ পোষ্টৰ সৈতে দুখন ছবিও শ্বেয়াৰ কৰিছে হেমাই৷ কেৱল হেমাই নহয়, এষাৰ পৰা আৰম্ভ কৰি ছানিয়েও পিতৃৰ স্মৃতিত ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আবেগভৰা পোষ্ট৷ এষাই পিতৃৰ ওপজাদিনত লিখিছে, ‘দেউতা সকলোসময়তে আমাৰ সৈতে আছে৷ সেয়া স্বৰ্গ হওক বা পৃথিৱী৷ মই হৃদয়ক ডাঠ কৰি ধৰি ৰাখিছো তোমাক৷ জীৱনৰ বাকী সময়ো তোমাক এনেদৰেই বুকুত ধৰি ৰাখিব খোজো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
Next Post
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.