• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

7 days ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

44 minutes ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

1 hour ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

4 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

5 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

7 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

18 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

19 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

19 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

19 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

19 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

20 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

editor by editor
December 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী
0
SHARES
390
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাচীন কালৰে পৰাই সাত ঋষিৰ কথা আলোচিত হৈছে নানান শাস্ত্ৰত৷ পুৰাণ অনুসৰি সপ্তৰ্ষিৰ ওপৰত ভৰ কৰিয়েই চলি আছে সনাতন ধৰ্ম, এওঁলোকৰ ওপৰতেই আছে বিশ্বব্ৰহ্মাণ্ড ৰক্ষা কৰাৰ দায়িত্ব৷ স্বয়ং প্ৰজাপতি ব্ৰহ্মাৰ মনৰ পৰা এই সাত ঋষিৰ উৎপত্তি৷ জ্ঞান, বিজ্ঞান, ধৰ্ম, জ্যোতিষ আৰু যোগৰ সৰ্বোচ্চ স্তৰত এইসমূহে অৱস্থান কৰে৷ জানি থওক সাত ঋষি সম্পৰ্কে আৰু তেওঁলোকৰ নামেৰে নামাঙ্কিত আকাশৰ সাত তৰাৰ কাহিনী৷

এই সপ্ত ঋষি কি কি?

প্ৰাচীন কালৰ সৰ্বশাস্ত্ৰজ্ঞ মহাপণ্ডিত সাত ঋষিক একেলগে সপ্তৰ্ষি বুলি কোৱা হয়৷ বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য বজায় ৰখা আৰু মানৱ সভ্যতাক সঠিক পথত চালনা কৰাই সাত ঋষিৰ দায়িত্ব৷ ধাৰণা কৰা হয় যে এই সাত ঋষিয়ে আজিও তেওঁলোকৰ কৰ্মত লিপ্ত হৈ আছে৷ দেহত্যাগৰ পাছত এওঁলোকে আকাশত জ্যোতিষ্ক হৈ পৰে বুলি ধৰ্মীয় বিশ্বাস৷ সেই কাৰণতে সপ্তৰ্ষি মণ্ডল এওঁলোকৰ নামেৰে নামাঙ্কিত৷ নিশাৰ আকাশত দেখা যায় এই সাত তৰাৰ এই সমষ্টিক৷

সাত ঋষিৰ নাম

বেদত উল্লেখিত এই সাত ঋষিৰ নাম হৈছে ঋষি কাশ্যপ, ঋষি অত্ৰি, ঋষি ভৰদ্বাজ, ঋষি বিশ্বামিত্ৰ, ঋষি গৌতম, ঋষি জমদগ্নি আৰু ঋষি বশিষ্ঠ৷ বৈদিক ধৰ্মক এই সাত ঋষিয়েই ৰক্ষা কৰি চলিছে বুলি ধাৰণা কৰা হয়৷

সপ্তৰ্ষিৰ পৰিচয়

ঋষি কাশ্যপ

সপ্ত ঋষিৰ প্ৰথম ঋষি কাশ্যপৰ ১৭গৰাকী পত্নী আছিল৷ অন্যতম পত্নী অদিতিৰ পৰা জন্ম হৈছিল সকলো দেৱতাৰ৷ আৰু এগৰাকী পত্নী দিতিৰ পৰা জন্ম হৈছিল ৰাক্ষসকূলৰ৷ কাশ্যপৰ অন্য সকলো পত্নীৰ পৰাই সকলো প্ৰাণীকূলৰ জন্ম হোৱা বুলি ধাৰণা কৰা হয়৷ কাশ্যপ হৈছে ব্ৰহ্মাৰ মানস পুত্ৰ মাৰিচিৰ পুত্ৰ৷ মহাপণ্ডিত এই ঋষিৰ শিষ্যসকলে বিশ্ব-ব্ৰহ্মাণ্ড সৃষ্টিৰ কাম আগুৱাই লৈ যায় বুলি প্ৰচলিত বিশ্বাস৷

ঋষি অত্ৰি

সত্যযুগত ব্ৰহ্মাৰ ১০ পুত্ৰৰ অন্যতম হৈছে ঋষি অত্ৰি৷ তেওঁৰ পত্নী আছিল অনসূয়া৷ ত্ৰেতাযুগত অত্ৰিৰ আশ্ৰমতেই বনবাসকালত ৰাম, সীতা আৰু লক্ষ্মণে আশ্ৰয় লৈছিল৷ অত্ৰিৰ পুত্ৰ হৈছে দত্তাত্ৰেয়৷ পৌৰাণিক ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী অত্ৰিয়ে কৃষিকাম আৰু বিজ্ঞানচৰ্চাত গুৰুত্বপূৰ্ণ অবদান আগবঢ়াই থৈছে৷

ঋষি ভৰদ্বাজ

সপ্তৰ্ষিৰ অন্যতম ঋষি ভৰদ্বাজ বহু পুৰাণ আৰু পুঁথিৰ ৰচয়িতা৷ তেওঁৰ ৰচিত শাস্ত্ৰৰ মাজত অন্যতম আয়ুৰ্বেদ৷ এই ঋষি ভৰদ্বাজৰ পুত্ৰ আছিল মহাভাৰতৰ পাণ্ডৰ আৰু কৌৰৱসকলৰ অস্ত্ৰগুৰু দ্ৰোণাচাৰ্য৷

ঋষি বিশ্বামিত্ৰ

সপ্তৰ্ষি মণ্ডলৰ চতুৰ্থ ঋষি বিশ্বামিত্ৰই ৰচনা কৰিছিল গায়ত্ৰী মন্ত্ৰ৷ তেওঁ প্ৰথম জীৱনত আছিল ৰজা, তাৰপিছত সন্যাস গ্ৰহণ কৰে৷ নিজৰ ক্ষমতাৰ দ্বাৰা তেওঁ জীৱিত অৱস্থাতেই ত্ৰিশঙ্কু অৱস্থাত স্বৰ্গ দৰ্শন কৰে৷

ঋষি গৌতম

ঋষি গৌতমৰ পত্নীৰ নাম অহল্যা৷ নিজৰ পত্নীক অভিশাপ দি তেওঁক শিলত পৰিণত কৰিছিল গৌতমে৷ ৰামচন্দ্ৰৰ কৃপাত প্ৰাণ উভতি আহে অহল্যাৰ৷ ঋষি গৌতমেই গংগাক ব্ৰহ্মগিৰি পৰ্বতলৈ লৈ আহে৷

ঋষি জমদগ্নি

সপ্তৰ্ষি মণ্ডলৰ ষষ্ঠ ঋষি হৈছে জমদগ্নি৷ এই জমদগ্নিৰেই পুত্ৰ আছিল পৰশুৰাম৷ নাৰায়ণৰ অন্যতম অৱতাৰ পৰশুৰামে ২১ বাৰ পৃথিৱী নিক্ষত্ৰিয় কৰিছিল৷

ঋষি বশিষ্ঠ

সপ্তম ঋষি বশিষ্ঠ আছিল ৰজা দশৰথৰ চাৰি সন্তানৰ গুৰু৷ ৰামায়ণৰ ৰঘুকূলৰ পাৰিবাৰিক গুৰু আছিল তেওঁ৷ ৰজা দশৰথ, ৰামচন্দ্ৰ আৰু তেওঁৰ ভায়েকক শিক্ষা প্ৰদান কৰিছিল তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

December 17, 2025
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
Next Post
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.