• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

9 months ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

5 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

6 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

6 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

7 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

8 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

8 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

9 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

9 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

10 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

11 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

11 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

editor by editor
January 1, 2026
in জীৱনশৈলী
0
‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ শেষ হৈ ২০২৬ চনৰ আগমন হৈছে৷ নতুন বছৰৰ আগমনৰ লগে লগেই সকলোৰে মনত সপোনেও ন’কৈ ক্ৰিয়া কৰিছে৷ সকলোৱে জানিব বিচাৰিছে নতুন বছৰটো কেনে হ’ব? বহুতেই তেওঁলোকৰ ৰাশিফল, ৰাশিচক্ৰ আৰু জন্মতাৰিখৰ ভিত্তিত তেওঁলোকৰ ভৱিষ্যৎ গণনা কৰি তেওঁলোকৰ নামৰ প্ৰথম আখৰটো জ্যোতিষীৰ হাতত দি ভৱিষ্য সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈছে৷ আজি আমি জ্যোতিষীৰ মতে S আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিৰ ২০২৬ কেনে যাব সেই তথ্য এই প্ৰতিবেদনত উল্লেখ কৰিছো৷

কেনে যাব ২০২৬ চন?

যিসকলৰ নাম S আখৰেৰে আৰম্ভ সেইসকল ব্যক্তিৰ ২০২৬ চনটো কেৱল এক বছৰেই নহয়, বৰং এক দুৰ্দান্ত সুযোগ আৰু আশীৰ্বাদ হিচাপে প্ৰমাণিত হব পাৰে৷

মনত বিভ্ৰান্তি আৰু প্ৰচুৰ সুযোগ

২০২৬ চনত যিসকলৰ নাম S আখৰেৰে আৰম্ভ তেওঁলোকৰ প্ৰথম ঘৰত ৰাহু থাকিব৷ যেতিয়া ৰাহু প্ৰথম ঘৰত থাকে তেতিয়া ই পোনপটীয়াকৈ চন্দ্ৰক প্ৰভাৱিত কৰে৷ যি কিছু বিভ্ৰান্তিৰ কাৰণ হব পাৰে৷ আপুনি হয়তো কিছু কাম কৰিব খুজিছে কিন্তু সেয়া কৰিবনে নকৰে সেই বিষয়ক লৈ মনত বিভ্ৰান্তি আহিব পাৰে৷ আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ এই বিভ্ৰান্তিয়ে আপোনাৰ মনত নতুন ধাৰণা কঢ়িয়াই আনিব৷

অৰ্থ আৰু ডাঙৰ সিদ্ধান্তৰ বছৰ

যিসকলৰ নাম S আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ দ্বিতীয় ঘৰত শনি থাকিব৷ এই ঘৰতো সম্পদ আৰু পৰিয়ালক নিৰ্দেশ কৰে৷ এই অৱস্থান আৰ্থিকভাৱে বেছ শক্তিশালী৷ আপুনি যদি কোনো বৃহৎ বিনিয়োগ, সম্পত্তি ক্ৰয় বা দীৰ্ঘম্যাদি পৰিকল্পনাৰ কথা ভাৱিছে তেন্তে ২০২৬ চনত সেয়া সফল কৰিব পাৰিব৷

প্ৰেম জীৱনত ইতিবাচক পৰিবৰ্তন

বৃহস্পতি আপোনাৰ পঞ্চম ঘৰত থাকিব৷ যি প্ৰেম আৰু সন্তানৰ সৈতে সম্পৰ্কিত৷ ইয়াৰ মানে হৈছে আপোনাৰ প্ৰেম জীৱন ভালকৈয়ে পাৰ হব৷ যদি কাৰোবাৰ সৈতে আপোনাৰ মতবিৰোধ থাকে তেন্তে নিজেই সমাধানৰ চেষ্টা কৰিব পাৰে৷ জুনৰ পূৰ্বে আপোনাৰ প্ৰেম জীৱনলৈ কিছু সুখবৰ অহাৰ সম্ভাৱনা আছে৷

ঋণ, অসুস্থতা আৰু শত্ৰু দুৰ্বল হ’ব

মে আৰু জুনৰ পাছত দেৱগুৰু বৃহস্পতি আপোনাৰ ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব য’ত তাক উচ্চস্থ বুলি ধাৰণা কৰা হয়৷ ইয়াৰ সুবিধা এয়াই হ’ব যে আপোনাৰ ঋণ, অসুস্থতা আৰু শত্ৰুৱে স্বয়ংক্ৰিয়ভাৱে দুৰ্বল হৈ পৰিব৷ জুন মাহৰ পাছত আপোনাৰ খৰচ অৱশ্যেই বাঢ়িব৷ এই খৰচসমূহ শুভ অনুষ্ঠান, ভাল কাম বা বিশেষ উপলক্ষ্যৰ বাবে হ’ব৷

বিবাহিতসকল কিছু সংযম হওক

S আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিৰ সপ্তম ঘৰত কেতু থাকিব৷ যি বিবাহ আৰু অংশীদাৰিত্বক নিৰ্দেশ কৰে৷ বিবাহিত ব্যক্তিসকলে তেওঁলোকৰ সম্পৰ্কৰ প্ৰতি মনোযোগ দিব৷ সৰু সৰু বিষয়ত মতবিৰোধে দেখা দিব পাৰে৷ কাৰণ কেতুৱে বিচ্ছেদ কঢ়িয়াই আনে৷ বুজাপৰা আৰু যোগাযোগৰ মাধ্যমেৰে সম্পৰ্ক ধৰি ৰখা সম্ভৱ৷

বিবাহৰ যোগ

যিসকলে দীৰ্ঘদিন ধৰি বিবাহৰ বাবে অপেক্ষা কৰিছে তেওঁলোকৰ বাবেও সুখবৰ৷ দ্বিতীয় ঘৰত বৃহস্পতিৰ প্ৰভাৱত ভাল খবৰ আহিব পাৰে৷ হয়তো বিবাহৰ কথা পাক্কা হব পাৰে অথৱা সন্তান লাভৰ সম্ভাৱনাও আছে৷

কৰ্মজীৱন

S আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিয়ে ২০২৬ চনত কৰ্মজীৱনত বৃহৎ সাফল্যৰ পথ বিচাৰি পাব৷ এই দায়িত্বসমূহ প্ৰথমে বোজা যেন লাগিলেও এইসমূহেই আপোনাক উচ্চপদ আৰু বৃহত্তৰ সাফল্যৰ দিশে আগুৱাই নিব৷ দায়িত্বৰ পৰা আঁতৰি নাযাব৷ ই আপোনাৰ অগ্ৰগতিৰ সোপন হৈ উঠিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
Next Post
মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.