• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

6 months ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

9 minutes ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

50 minutes ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

3 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

3 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

4 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

5 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

6 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

7 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

7 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

8 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

8 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

editor by editor
January 17, 2026
in জীৱনশৈলী
0
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অ-হিন্দুসকলৰ প্ৰৱেশ নিষেধ৷ স্থানে স্থানে লগাই দিয়া হৈছে ছাইন বৰ্ড৷ ভাৰতীয় লোকৰ কাষত অত্যন্ত প্ৰিয় দৰ্শনীয় স্থান হৰিদ্বাৰ৷ প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ সমাগম হয় সেই স্থানত৷ মূলত পৰ্যটন কেন্দ্ৰ হ’লেও এই স্থানৰ সৈতে জড়িত হৈ আছে হিন্দুৰ ধৰ্মীয় আৱেগ৷ হৰিদ্বাৰৰ হৰ কি পৌৰি ঘাট৷

হৰ কি পৌৰি মানে ভগৱানৰ পদক্ষেপ৷ পৌৰিৰ অৰ্থ ছিৰি৷ এই স্থানৰ সৈতে জড়িত হৈ আছে নানান বিশ্বাস৷ ৰজা বিক্ৰমাদিত্য আৰু তেওঁৰ ভৰ্তৃহৰিৰ স্মৰণত এই ঘাট তৈয়াৰ কৰিছিল বুলি জনা যায়৷ বিশ্বাস কৰা হয় যে সেই ব্ৰহ্মকুণ্ডতেই অমৰত্ব লাভৰ একমাত্ৰ উপায় আৰু অমৃতো তাতেই পৰিছিল৷ ইয়াত প্ৰতি সন্ধিয়া জ্বলোৱা হাজাৰ হাজাৰ চাকি৷ হয় নয়নাভিৰাম গংগা আৰতি৷ কুম্ভ মেলা, অৰ্ধ কুম্ভ, আৰু অইন কেইবাটাও ধৰ্মীয় অনুষ্ঠান৷

হিন্দু ধৰ্মৰ মানুহৰ আৱেগৰ সৈতে জড়িত থাকিলেও ইয়াত দেশ-বিদেশৰ পৰা অন্য ধৰ্মৰ মানুহো আহে৷ কিছু বেছ কিছুদিন ধৰি একাংশই বিচাৰিছিল উত্তৰাখণ্ডৰ হৰিদ্বাৰ কুম্ভ এলেকাক কেৱল হিন্দুসকলৰ এলেকা বুলি সীমাবদ্ধ কৰা হওক৷ এই ঘোষণা প্ৰশাসনিক স্তৰৰ পৰা কৰা নহলেও শুক্ৰবাৰে হৰ কি পৌৰিত অ-হিন্দু নিষিদ্ধ এলেকা লেখা চাইনবোৰ্ড লগোৱা হৈছে৷ ১৯১৬ চনৰ হৰিদ্বাৰ পৌৰিত আইন অনুসৰি হৰ কি পৌৰিৰ প্ৰধান স্নানঘাট আৰু আশেপাশেৰ এলেকা ইতিমধ্যেই অ-হিন্দুসকলৰ বাবে সীমাবদ্ধ৷

তিনিদিন পূৰ্বে এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ছাইবৰ্ড লগোৱা হৈছে৷ কাৰণ হিচাপে জনোৱা হৈছে যে সেই ভাইৰেল ভিডিঅ’ত দেখা দুই যুৱকে আৰৱি পোছাক পিন্ধি সেই এলেকাত ঘূৰিছে৷ অৱশ্যে পাছত জানিব পৰা যাই যে দুই যুৱক হিন্দুৱেই আছিল৷ অৱশ্যে ছাইনবোৰ্ড সেই যুৱকৰ বাবে নহয় বুলি দাবী কৰিছে গংগা সভাৰ সভাপতিয়ে৷ তেওঁ কৈছে যে ১৯১৬ চনৰ হৰিদ্বাৰ পৌৰ আইন অনুসৰি হৰ কি পৌৰ এলেকাত অ-হিন্দুসকলৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ৷ এই ছাইনবোৰ্ড সেই আইন সম্পৰ্কে সকলোকে আকৌ এবাৰ জনাই দিয়াৰ বাবেহে লগোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
Next Post
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.