• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

5 months ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

23 minutes ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

59 minutes ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

2 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

3 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

4 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

5 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

5 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

14 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

15 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

16 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

16 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

editor by editor
January 17, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট আছে? তেন্তে এইবাৰ মোটা অংকৰ লেনদেন কৰাৰ পূৰ্বে সাৱধান হওক আপুনি৷ কাৰণ আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ পৰা IMPS বা ইমিডিয়েট পেমেণ্ট চাৰ্ভিছৰ খৰচ বঢ়াব দেশৰ বৃহত্তম এই চৰকাৰী বেংকে৷ ইমানদিনে নেট বেংকিং বা YONO এপৰ মাধ্যমেৰে বৃহৎ অংকৰ লেনদেনৰ যি সুবিধা বিনামূলীয়াকৈ পাইছিল এইবাৰ সেইসমূহ সুবিধা পাবলৈ দিব লাগিব ধন৷

বেংকৰ সূত্ৰৰ খবৰ অনুসৰি ইয়োনো এপ বা ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে ২৫ হাজাৰ টকাতকৈ বেছি লেনদেন কৰিলেই দিব লাগিব চাৰ্ভিছ চাৰ্জ৷ অৱশ্যে স্বস্তিৰ খবৰ এয়াই যে ২৫ হাজাৰ টকাৰ তলৰ লেনদেনত এই ধন দিব নালাগে৷ ২৫ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত লেনদেনত ২ টকাৰ লগতে জিএছটি যোগ হব৷ ১ লাখ টকাৰ পৰা ২ লাখ টকাৰ ক্ষেত্ৰত এই চাৰ্জ হব ৬ টকা প্লাছ জি এছ টি৷ আকৌ ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ডিজিটেল লেনদেন কৰিলে দিব লাগিব ১০ টকা প্লাছ জি এছ টি৷ অৰ্থাৎ ঘৰত বহি অনলাইনত বৃহৎ অংকৰ ধন পঠিয়াবলৈ এতিয়াৰে পৰা এছ বি আই ৰ গ্ৰাহকে ভৰিব লাগিব কিছু ধন৷

শাখা বা ব্ৰাঞ্চত লেনদেনৰ খৰচ

বেংকৰ শাখালৈ গৈ আই এম পি এছ কৰিলেও খৰচৰ মাত্ৰা আৰু বেছি৷ তাতেই ১ হাজাৰ টকা পৰ্যন্ত লেনদেন বিনামূলীয়া হলেও তাৰ ওপৰতেই আৰম্ভ হব মাছুল৷ ১ হাজাৰৰ পৰা ১ লাখৰ লেনদেনত ৪ টকা জি এছ টি দিব লাগে৷ ১ লাখৰ পৰা ২ লাখৰ ক্ষেত্ৰত চাৰ্জ ১২ টকা৷ আৰু ২ লাখৰ পৰা ৫ লাখ টকাৰ বিশাল অংকত লেনদেন ২০ টকা আৰু জি এছ টি ধাৰ্য কৰা হৈছে৷

ব্যতিক্ৰমী কোন কোন?

এই নতুন নিয়মৰ পৰা বাহিৰত ৰখা হৈছে নিৰ্দিষ্ট কিছু ছেলাৰি একাউণ্টক৷ DSP, PMSP, CGSP ছেলাৰি একাউণ্ট যাৰ আছে তেওঁলোকে আই এম পি এছ চাৰ্জ দিব নালাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?
বিশ্ব

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
Next Post
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.