• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথ আৰু বদ্ৰীনাথত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ, ডাঙৰ ঘোষণা, কিয় এই সিদ্ধান্ত?

কেদাৰনাথ আৰু বদ্ৰীনাথত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ, ডাঙৰ ঘোষণা, কিয় এই সিদ্ধান্ত?

5 months ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

19 minutes ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

50 minutes ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

3 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

4 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

4 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

5 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

7 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

7 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

8 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰনাথ আৰু বদ্ৰীনাথত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ, ডাঙৰ ঘোষণা, কিয় এই সিদ্ধান্ত?

কেদাৰনাথ আৰু বদ্ৰীনাথত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ, ডাঙৰ ঘোষণা, কিয় এই সিদ্ধান্ত?

editor by editor
January 26, 2026
in জীৱনশৈলী
0
কেদাৰনাথ আৰু বদ্ৰীনাথত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ, ডাঙৰ ঘোষণা, কিয় এই সিদ্ধান্ত?
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেদাৰনাথ, বদ্ৰীনাথ মন্দিৰৰ পৰা আহিছে ডাঙৰ আপডেট৷ এতিয়াৰে পৰা কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো অ-হিন্দুৱে৷ শীঘ্ৰেই এই প্ৰস্তাৱ মন্দিৰ কমিটিৰ আসন্ন বোৰ্ড সভাৰ পাছ কৰা হব বুলিও খবৰ প্ৰকাশ পাইছে৷

বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ কমিটিৰ সভাপতি আৰু বিজেপিৰ এগৰাকী প্ৰবীণ নেতা হেমন্ত দ্বিবেদীয়ে আজি ঘোষণা কৰিছে যে বদ্ৰীনাথ, কেদাৰনাথ আৰু মন্দিৰ কমিটিৰ আওতাত থকা সমস্ত মন্দিৰত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব৷

তেওঁ জনাই যে দেৱভূমি উত্তৰাখণ্ডৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা সৰ্বোচ্চ অগ্ৰাধিকাৰ৷ বিষয়টোৰ বাখ্যা দি তেওঁ কৈছে, পূৰ্বে কেদাৰ খণ্ডৰ পৰা মানস খণ্ড পৰ্যন্ত মন্দিৰ শৃঙ্খলত ঐতিহ্যগতভাৱেই অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ আছিল৷ কিন্তু অ-বিজেপি চৰকাৰৰ আমোলত এই ঐতিহ্য লঙ্ঘন হব পাৰে৷ সেয়ে এই ঐতিহ্যসমূহৰ কথা মূৰত ৰাখি পদক্ষেপ লোৱা হব৷

অন্যহাতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত ৰাজ্যজুৰি অবৈধ মন্দিৰ আঁতৰোৱাৰ পদক্ষেপৰো প্ৰশংসা কৰিছে মন্দিৰ কমিটিৰ সভাপতিয়ে৷ বিষয়টোক উত্তৰাখণ্ডৰ ধৰ্মীয় পৰিচয়, সাংস্কৃতিক ঐতিহ্য আৰু আইনশৃঙ্খলা জোৰদাৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও ধাৰণা কৰিছে হেমন্ত দ্বিবেদীয়ে৷ তেওঁ কয়, ৰাজ্য চৰকাৰ আৰু BKTC-ৰ মাজত আৰু ভাল সমন্বয়ৰ ফলত দেৱভূমি উত্তৰাখণ্ডৰ পবিত্ৰতা আৰু ঐতিহ্য আৰু বেছি সুৰক্ষিত হ’ব৷ মন্দিৰ কমিটিয়ে সেই পদক্ষেপেই লৈছে৷

এই দুই প্ৰাচীন মন্দিৰত অহিন্দুসকলৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ পুষ্কৰ সিং ধামীয়ে কয়, ‘দেৱভূমি উত্তৰাখণ্ডৰ সকলো তীৰ্থস্থানত যি ব্যৱস্থা লোৱা হ’ব সেয়া মন্দিৰ কমিটি আৰু কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিয়েই লোৱা হব৷

উল্লেখ্য যে বৰ্তমান ৰীতি মানি ছমাহৰ বাবে বন্ধ হৈছে কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ৷ আগন্তুক ২৩ এপ্ৰিলত খুলিব বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ৷ অন্যহাতে কেদাৰনাথ মন্দিৰৰ দ্বাৰ খোলাৰ তাৰিখ জনা যাব মহাশিৱৰাত্ৰিৰ দিনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

June 15, 2026
Next Post
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.