• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

5 months ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

1 hour ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

2 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

3 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

3 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

4 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

6 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

7 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে... ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

editor by editor
March 11, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসকে আশা প্ৰায় এৰিয়েই দিছিল৷ হাস্পতাল কৰ্তৃপক্ষই আওঁপকীয়াকৈ চিকিৎসা নাই বুলিয়েই জনাইছিল৷ সেয়ে নিথৰ পত্নীক লৈ কান্দি কান্দি ঘৰলৈ উভতিছিল কুলদীপ শুল্ক৷ ঘৰত ফোন কৰি সকলোকে দুঃসংবাদো দিছিল৷ আনকি শেষকৃত্যৰো আয়োজন আৰম্ভ হৈ গৈছিল৷ কিন্তু বৰেলী-হৰিদ্বাৰৰ ৭৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন উঠোতেই মিৰাকল৷ জাগি উঠিল মৃত বুলি ঘৰলৈ উভতাই অনা পত্নী৷

৫০ বছৰ বয়সীয়া বিনীতা শুল্ক বৰেলীৰ হাস্পতালত ভৰ্তি হৈ আছিল৷ বিগত ২৪ ফেব্ৰুৱাৰীত চিকিৎসকে তেওঁৰ ব্ৰেইন ডেড’ ঘোষণা কৰিছিল৷ হৃদযন্ত্ৰই কাম কৰি আছিল যদিও ব্ৰেইন ডেড হোৱা মহিলাগৰাকীৰ অইন কোনো চিকিৎসা নাই বুলিয়েই জনাইছিল চিকিৎসকে৷ সেয়ে হাস্পতালৰ পৰা তেওঁলোকক ঘৰলৈ উভতাই দিয়া হৈছিল৷ এম্বুলেঞ্চেৰে ব্ৰেইন ডেড পত্নীক লৈ ঘৰলৈ উভতিছিল কুলদীপ৷ হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এটা গাঁতত সোমাই এম্বুলেঞ্চৰ চকা৷ গাঁতত সোমাই পাৰ হৈ যোৱা তীব্ৰবেগী এম্বুলেঞ্চত পত্নীৰ নিথৰ হৈ থকা শৰীৰৰ কাষত বহি যোৱা স্বামীয়ে লক্ষ্য কৰে যে পত্নীৰ শৰীৰে লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে৷ আকৌ স্বাভাৱিক হ’ব ধৰিছে তেওঁৰ শ্বাসপ্ৰশ্বাস৷ আনকি চকুও মেলিছে৷

দ্ৰুত হাস্পতালৰ দিশে এম্বুলেন্স ঘূৰাই কুলদীপে৷ আৰু কিছুদিন চিকিৎসা চলে৷ সোমবাৰে মহিলাক সম্পূৰ্ণ সুস্থ অৱস্থাত ঘৰলৈ লৈ অনা হয়৷ তেওঁৰ স্বামীয়ে কৈছে, ‘চিকিৎসকে কৈছিল আশা নাই৷ ঘৰলৈ লৈ যোৱাই ভাল৷ সেয়ে মই ঘৰত ফোন কৰি শেষকৃত্যৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ দিছিলো৷ শ্বাসপ্ৰশ্বাসো স্বাভাৱিক নাছিল তেওঁৰ৷ কেৱল সামান্য হৃদস্পন্দন আছিল৷ হাফিজগঞ্জৰ কাষতেই আমাৰ এম্বুলেন্স এটা ডাঙৰ গাঁতত সোমাই পৰে৷ তাৰপিছতেই পত্নীক মই উভতাই পালো৷ মোৰ পত্নীৰ শ্বাস-প্ৰশ্বাস স্বাভাৱিক হৈ পৰে৷ দেখি লগে লগে মই পৰিবাৰক হাস্পতাললৈ উভতাই নিও৷ তেওঁ মৃত্যুক জয় কৰিলে৷ ঘৰলৈ উভতিছো তেওঁক লৈ৷ তেওঁ এতিয়া সুস্থভাৱেই কথাবতৰা পাতিছে৷’

দ্বিতীয়বাৰ হাস্পতাললৈ লৈ যোৱাৰ পাছত যি চিকিৎসকে মহিলাক চাইছিল সেই চিকিৎসক ৰাকেশ সিংহই টাইমছ অফ ইণ্ডিয়াক জনাইছে যে বৰেলীৰ হাস্পতালত মহিলাৰ ব্ৰেইনষ্টেম ৰিফ্লেক্স নাছিল৷ গ্লাছগো  ক’মাৰ মাত্ৰাও তিনি পয়েণ্টলৈ নামি গৈছিল৷ স্বাভাৱিক অৱস্থাত যি ১৫ পয়েণ্টত থাকে৷ ফলত মহিলাৰ ব্ৰেইনে কোনো ইংগিতেই দিয়া নাছিল৷ তেওঁৰ চকু পৰীক্ষা কৰিও মস্তিষ্কৰ মৃত্যুৰ ইংগিতেই পোৱা গৈছিল৷ তাৰপিছত এয়া কেনেকৈ হ’ল সেয়া সঁচাকৈয়ে অস্বাভাৱিক বুলি ধাৰণা কৰিছে চিকিৎসকেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.